নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সংবাদ মেলত ঘোষণা৷বাল্যবিৱাহ আইন বিৰুদ্ধ কথা সেয়েহে আমাৰ অভিযান অব্যাহত থাকিব৷

ইতিমধ্যে জিলাখনত ১৭১ বাল্যবিৱাহত জৰিত লোকক চিনাক্ত কৰা হৈছে যদিও আজিলৈকে ৩৬ লোকক আটক কৰা হৈছে৷

ইয়াৰে মুকালমুৱাত সৰ্বাধিক ১৬,নলবাৰী সদৰত ৯,ঘগ্ৰাপাৰত ৫,বেলশৰত ৪,আৰু টিহুত সৰ্বনিম্ন ২ গৰাকী লোকক আজি আটক কৰা কথা সংবাদ মেল যোগে জানিবলৈ দিয়ে নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিঙে৷