আজি ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ থাওৰা জিলা পৰিষদৰ বুথ স-শক্তিকৰণ সভাখন থাওৰা সমষ্টিৰ বুথ স-শক্তিকৰণ তত্বাৱধায়কতথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত আঠাবাৰীত অনুস্থিত হয়। উক্ত সভাত শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়া থাওৰা জিলা পৰিষদৰ সদস্য অনুপম টেলেঙ্গা শিৱ ভদ্ৰা ডিমৌ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়ালক্ষ্মী চেতিয়া আঠাবাৰী পঞ্চায়তৰ সভানেত্ৰী গীতা ৰাজগড় বুথৰ সভাপতি সকল শক্তিকেন্দ্ৰৰ আহ্বায়ক সকল তথা দলৰ বিষয় ববীয়া সকলৰ সৈতে উপস্থিত থাকে বিজেপি মহিলা মৰ্চাৰ নেত্ৰী দিপীকা দুৱৰী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેશમાં લમ્પી વાયરસથી 58 હજારથી વધુ ગાયોના મોત ...
લમ્પી વાયરસનો કરવા તમામ રાજયો સાથે સંકલન વધારવા દિલ્હીમાં કંટ્રોલરૂમ શરૂ કરાયોઃ પરૂષોતમભાઇ...
মৰাণত কৃতি ছাত্ৰ ছাত্ৰীলৈ মুঁঙ্গীলাল আগৰ ৱালা স্মাৰক বঁটা প্ৰদান আৰু স্খৃতি চাৰণ অনুষ্ঠান সম্পন্ন
মৰাণত কৃতি ছাত্ৰ ছাত্ৰীলৈ মুঁঙ্গীলাল আগৰ ৱালা স্মাৰক বঁটা প্ৰদান আৰু স্খৃতি চাৰণ অনুষ্ঠান...
गोत्र म्हणजे काय, ते कसे ओळखावे ? गोत्राचे महत्व - परमपूज्य गुरुमाऊली
गोत्र म्हणजे काय, ते कसे ओळखावे ? गोत्राचे महत्व - परमपूज्य गुरुमाऊली
आजेगांव ग्रामपंचायत कार्यालयामध्ये राष्ट्रपिता महात्मा गांधी जयंती साजरी
आजेगांव ग्रामपंचायत कार्यालयामध्ये राष्ट्रपिता महात्मा गांधी जयंती साजरी