আজি ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ থাওৰা জিলা পৰিষদৰ বুথ স-শক্তিকৰণ সভাখন থাওৰা সমষ্টিৰ বুথ স-শক্তিকৰণ তত্বাৱধায়কতথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত আঠাবাৰীত অনুস্থিত হয়। উক্ত সভাত শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়া থাওৰা জিলা পৰিষদৰ সদস্য অনুপম টেলেঙ্গা শিৱ ভদ্ৰা ডিমৌ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়ালক্ষ্মী চেতিয়া আঠাবাৰী পঞ্চায়তৰ সভানেত্ৰী গীতা ৰাজগড় বুথৰ সভাপতি সকল শক্তিকেন্দ্ৰৰ আহ্বায়ক সকল তথা দলৰ বিষয় ববীয়া সকলৰ সৈতে উপস্থিত থাকে বিজেপি মহিলা মৰ্চাৰ নেত্ৰী দিপীকা দুৱৰী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
योगेश जैन सिंघम द्वारा 26 वीं बार एस.डी.पी डोनेट,सामाजिक कार्यो में हमेशा रहते हैं आगे
शहर के जाने माने ब्लड एवं एस डी पी डॉनर योगेश जैन सिंघम ने आज भारत विकास परिषद अस्पताल में भर्ती...
সোণাৰিত নিচাজাতীয় সামগ্ৰীৰ দহন কৰিলে চৰাইদেউ আৰক্ষীয়ে
সোণাৰিত নিচাজাতীয় সামগ্ৰীৰ দহন কৰিলে চৰাইদেউ আৰক্ষীয়ে। চলিত বৰ্ষত চৰাইদেউ আৰক্ষীয়ে জব্দ কৰা...
বিশিষ্ট সত্ৰীয়া, ওডিছী নৃত্য পটীয়সী তথা সংগীত-নাটক একাডেমি বঁটাপ্ৰাপক গৰিমা হাজৰিকাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্রকাশ
বিশিষ্ট সত্ৰীয়া,উডিছী নৃত্য পটীয়সী তথা সংগীত নাটক একাডেমি বঁটাপ্ৰাপক গৰিমা হাজৰিকাৰ বিয়োগত মুখ্য...
ઉપલેટામાં અનેક જગ્યાએ હોલિકા દહનનું આયોજન | SatyaNirbhay News Channel
ઉપલેટામાં અનેક જગ્યાએ હોલિકા દહનનું આયોજન | SatyaNirbhay News Channel