পুথিভঁড়াল এটা প্ৰতিষ্ঠা কৰা আৰু তাক নিয়াৰিকৈ ২২ বছৰৰো অধিক কাল চলাই ৰাখি এক প্ৰগতিশীল গ্ৰন্থ আন্দোলনৰ ৰূপ দিয়া সহজ কথা নহয় । নিজৰ কষ্টোপাৰ্জিত ৩৫ লাখ টকা খৰচ কৰি মাতৃ গিৰিবালা দেৱীৰ নামেৰে নামাংকিত তিনিমহলীয়া পুথিভঁড়াল গৃহৰ সন্মুখৰ বাৰান্দাখন এইদৰে আজি ঘঁহি ঘঁহি চাফা কৰিছে পুথিভঁড়ালটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক, শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই।
(বাতৰিৰ উৎস : বনজিৎ ডেকা )
 
  
  
  
  
   
   
   
  