আজি মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিন৷দেশজুৰি আজিৰ দিনটোক শ্বহীদ দিৱস হিচাবে উদযাপন কৰিছে৷ৰজা প্ৰজা সকলোৱে জাতিৰ পিতাক সন্মান জনাইছে৷কিন্তু ইয়াৰ মাজতে এজন ছাত্ৰই গান্ধীজীৰ এখন চিত্ৰ নিজহাতে অংকন কৰি পিতৃৰ জৰিয়তে সামাজিক মধ্যাম আপলোড কৰি জাতিৰ পিতাক সন্মান জনোৱা দেখা গৈছে৷ছাত্ৰজন হৈছে কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট বাপুজী হাইস্কুলৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ নিলিম ডেকা৷মনকৰিবলগীয়া যে ইয়াৰ আগতে ছাত্ৰ গৰাকীয়ে আন বহুতো চিত্ৰ অংকন কৰি শিক্ষক তথা ৰাইজৰ প্ৰশংসা পাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વઘઈ આહવા રોડ પર બે એસટી બસ સામ સામે ભટકાતા અકસ્માત સર્જાયો
વઘઈ આહવા રોડ પર બે એસટી બસ સામ સામે ભટકાતા અકસ્માત સર્જાયો
एक पेड़ मां के नाम अभियान अन्तर्गत लगाए गए पौधों की हो अनिवार्य जिओ टैगिंग जिला कलक्टर
एक पेड़ माँ के नाम अभियान के तहत लगाए पौधों की सभी विभागों द्वारा जिओ टैगिंग आवश्यक रूप से करवाई...
ভাৰতৰ প্ৰেক্ষাপটত অসমীয়া ছোৱালী
ভাৰতৰ প্ৰেক্ষাপটত অসমীয়া ছোৱালী
જુનાડીસા ખાતે ગુરૂ પૂજન અને ગંગામાની વાડીનુ લોકાર્પણ
જુનાડીસાના પનોતા પુત્ર ૫.પૂ. સંતશ્રી મિથિલાબિહારીદાસજી મહારાજ (અયોઘ્યા ધામ)ના...