ৰাজ্যত শান্তি প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল গাঁওৰক্ষী বাহিনী। ১৯৪৯ চনত গঠন কৰা হৈছিল অসম গাওঁৰক্ষী বাহিনী। সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চল সমূহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে হৰিনাৰায়ণ বৰুৱাই ৭৩ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো ৷ ৭৩ বছৰ পূৰ্বে গঠন হোৱা গাওঁৰক্ষী বাহিনীয়ে প্ৰতিখন গাঁৱত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আৰু এই গাওঁৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূৰ্তি আজি মৰাণ আৰক্ষী থানাৰ চৌহদত উদ্বোধন কৰা হয়.
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્વચ્છતા હી સેવા અભિયાન અંતર્ગત છોટાઉદેપુર ખાતે આવેલ મ્યુઝિયમની સાફસફાઈ કરવામાં આવી.
સ્વચ્છતાનો સંદેશો ઘર ઘર સુધી પહોંચે અને ગામ..શેરી.મહોલ્લો.સ્વચ્છ અને સુદ્રઢ બને તેવા ઉદ્દેશ્યથી...
હાઇવે પર એક કારને બચાવવા જતા કન્ટેનરવાળી ટ્રકે 4 કાર અને 15 બાઇકને ચગદી કાઢ્યા
હાઇવે પર એક કારને બચાવવા જતા કન્ટેનરવાળી ટ્રકે 4 કાર અને 15 બાઇકને ચગદી કાઢ્યા
ટ્રેલરે 19 વાહનો...
বৌদ্ধ বিহাৰ দৰ্শন কৰি শংকৰ সংঘ ত্যাগ কৰা সন্দৰ্ভত কেবিনেট মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া
বৌদ্ধ বিহাৰ দৰ্শন কৰি শংকৰ সংঘ ত্যাগ কৰা সন্দৰ্ভত কেবিনেট মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া ...
Aaj Tak से बोलीं Mahua Majhi, Kalpna Soren के नाम पर कोई बातचीत नहीं | Aaj Tak | JMM News | ED Raid
Aaj Tak से बोलीं Mahua Majhi, Kalpna Soren के नाम पर कोई बातचीत नहीं | Aaj Tak | JMM News | ED Raid
સાવરકુંડલા તાલુકાના વીજપડી ગામે બાયપાસ રોડ તેમજ સીસી રોડનું ખાતમુરત કરવામાં આવ્યું.....
સાવરકુંડલા તાલુકાના વીજપડી ગામે બાયપાસ રોડ તેમજ સીસી રોડનું ખાતમુરત કરવામાં આવ્યું.....