চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দিচাংপানীত অৱস্থিত মাহমৰা উন্নয়ণ খণ্ডৰ কাৰ্য্যালয়আজি বিয়লি পৰিদৰ্শণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। কাৰ্য্যালয়ত উপস্থিত হৈ মন্ত্ৰীজনে মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া উৎপল গগৈৰ লগতে কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰে। কাৰ্য্যালয়টোৰ কৰ্মচাৰী সকলক মন্ত্ৰীজনে নতুন উদ্যমেৰে।কাম কৰি যাবলৈ আহ্বান জনায়। এই পৰিদৰ্শন কালত মন্ত্ৰীজনৰ লগতে।বিজেপিৰ মাহমৰা গ্ৰাম্য।মণ্ডলৰ সভাপতি হৰেণ গগৈ সহ বহু গৰাকী দলীয় কৰ্মী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अष्टपैलू व्यक्तिमत्त्व : प्राचार्य डॉ. वसुधा पुरोहित
बहुआयामी व्यक्तिमत्त्व : प्राचार्य डॉ. वसुधा पुरोहित*
महाराष्ट्राला यशस्वी प्राचार्यांची...
જામનગર માં છરી બતાવી લૂંટ ચલાવવા જતા પીટાયો
જામનગર માં છરી બતાવી લૂંટ ચલાવવા જતા પીટાયો
ડીસાના ભોયણ નજીક ઝાડ પર ગળેફાંસો ખાઇ યુવકે આત્મહત્યા કરતાં ચકચાર
ડીસા તાલુકાના ભોયણ ગામ પાસે ખેતરમાં ઝાડ પર ગળેફાંસો ખાઈ યુવકે આત્મહત્યા કરી હોવાની ઘટના સામે આવી...
ಮಹದೇವಪುರ ವಲಯ ಜಂಟಿ ಆಯುಕ್ತರಿಂದ ಸ್ಮಾರ್ಟ್ ವರ್ಚ್ಯುಯಲ್ ಕ್ಲಿನಿಕ್ ಪರಿವೀಕ್ಷಣೆ
ಬೆಂಗಳೂರು : ಮಹದೇವಪುರ ವಲಯ ಮಾರತಹಳ್ಳಿ ಪ್ರಾಥಮಿಕ ಆರೋಗ್ಯ ಕೇಂದ್ರ ಆವರಣದಲ್ಲಿ ವಲಯ ಜಂಟಿ ಆಯುಕ್ತರಾದ ಡಾ....