চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত কলা কৃষ্টি চৰ্চাৰ অগ্ৰণী অনুষ্ঠান কলামন্দিৰত আজি ২০২৩ বৰ্ষৰ সংবাদ মেল আয়োজন কৰা হয়। মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰত অহা ২৮আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া কলাউৎসৱত অসমৰ আগশাৰীৰ সত্ৰীয়া নৃত্য শিলৃী ৰিঞ্জুমনি।শইকীয়া , সত্ৰীয়া সংস্কৃতিৰ সাধক বেদান্ত বিকাশ দত্তকে ধৰি ।বহুকেইগৰাকী শিল্পীয়ে অংশ গ্ৰহন কৰিব বুলি কলামন্দিৰৰ পৰিচালনা সমিতিয়ে জনায়। ইয়াৰ উপৰিও কলা মন্দিৰৰ প্ৰশিক্ষাৰ্থী সকলে দুইটাদিনতে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। সংবাদ মেলত মুখ্য প্ৰতিস্থাপক চন্দন কোৱঁৰ ,সভাপতি নৰেন গগৈ, প্ৰশিক্ষক চিৰঞ্জীৱ বৰ গোঁহাইয়েঅংশগ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar की हालत कैसे सुधरेगी? Chunav Yatra | Nitish Kumar | Tejashwi Yadav
Bihar की हालत कैसे सुधरेगी? Chunav Yatra | Nitish Kumar | Tejashwi Yadav
Delhi New CM Atishi: आतिशी को CM बनने पर BJP का बड़ा बयान, कहा- Puppet CM of Delhi
Delhi New CM Atishi: आतिशी को CM बनने पर BJP का बड़ा बयान, कहा- Puppet CM of Delhi
ভাৰতৰ পঞ্চাদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ বিজয় লৈ উৎফুল্লিত কৰিমগঞ্জৰ চাহ বাগিচাৰ লোকসকল
ভাৰতৰ পঞ্চাদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ বিজয় লৈ উৎফুল্লিত কৰিমগঞ্জৰ চাহ বাগিচাৰ লোকসকল
NEET UG Paper Leak में Tejashwi Yadav की एंट्री, बिहार के डिप्टी CM विजय ने किया बड़ा दावा | Aaj Tak
NEET UG Paper Leak में Tejashwi Yadav की एंट्री, बिहार के डिप्टी CM विजय ने किया बड़ा दावा | Aaj Tak