চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত কলা কৃষ্টি চৰ্চাৰ অগ্ৰণী অনুষ্ঠান কলামন্দিৰত আজি ২০২৩ বৰ্ষৰ সংবাদ মেল আয়োজন কৰা হয়। মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰত অহা ২৮আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া কলাউৎসৱত অসমৰ আগশাৰীৰ সত্ৰীয়া নৃত্য শিলৃী ৰিঞ্জুমনি।শইকীয়া , সত্ৰীয়া সংস্কৃতিৰ সাধক বেদান্ত বিকাশ দত্তকে ধৰি ।বহুকেইগৰাকী শিল্পীয়ে অংশ গ্ৰহন কৰিব বুলি কলামন্দিৰৰ পৰিচালনা সমিতিয়ে জনায়। ইয়াৰ উপৰিও কলা মন্দিৰৰ প্ৰশিক্ষাৰ্থী সকলে দুইটাদিনতে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। সংবাদ মেলত মুখ্য প্ৰতিস্থাপক চন্দন কোৱঁৰ ,সভাপতি নৰেন গগৈ, প্ৰশিক্ষক চিৰঞ্জীৱ বৰ গোঁহাইয়েঅংশগ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચોરીના મોબાઈલ સાથે ખીજડીયાના છાપરાજભાઈ વાળાને ઝડપી પાડતી ચલાલા પોલીસ ની સર્વેલન્સ ટીમ.
ચલાલા પો.સ્ટે.માં “ e-FIR “ દ્વારા દાખલ થયેલ મોબાઇલ ચોરીના અનડિટેક્ટ ગુન્હામા એક...
પ્રેસનોટ....
ડીસા રઘુવંશી લોહાણા સમાજની યુવા મહિલાનું દુઃખદ અવસાન.સમગ્ર સમાજમાં પ્રસરી ઘેરા આઘાતની લાગણી
ડીસાનાં અનેક
પ્રેસનોટ....
ડીસા રઘુવંશી લોહાણા સમાજની યુવા મહિલાનું દુઃખદ અવસાન.સમગ્ર સમાજમાં...
INAUGURAL CEREMONY OF PENSION SEWA KENDRA AT UDALGURI.
PHE Department. Government of Assam Sjt. Jayanta Malla Baruah speaks at inaugural ceremony -...
LMCH ৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ, দাহ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ পুত্তলিকা
LMCH ৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ, দাহ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ পুত্তলিকা ।
સુરસાગર ડેરી વઢવાણ દ્વારા "ગ્રાહક મરણોતર સહાય યોજના" અંતર્ગત દૂધ મંડળીઓના મૃતક પશુપાલકના ૧૭ વારસદારોને રૂા.૮.૭૫ લાખના ચેકોનું વિતરણ કરતા સુરસાગર ડેરીના ચેરમેન
સુરેન્દ્રનગર જિલ્લા સહકારી દૂધ ઉત્પાદક સંઘ લી., ' સુરસાગર ડેરી' વઢવાણ દ્વારા સંચાલિત 'ગ્રાહક...