চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত নিজ খালৈঘুগুৰা আৰু নাহৰতলী অঞ্চলত আহোম ৰাজত্ব কালত বসবাস কৰা ৰাজপুৰুহিত টাই পণ্ডিত লক্ষী ম-ডাম ফুকনৰ স্মৃতিত প্ৰদান কৰা হ'ব লক্ষী ম- -ডাম ফুকন বঁটা। এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক। মাহমৰা নিজ খালৈ ঘুগুৰা আৰু নাহৰ তলী বাসী ৰাইজৰ উদ্যোগত ৩১ জানুৱাৰীত লক্ষী ম-ডাম ফুকনৰ মৈদাম স্থলীত অনুস্থিত হ'ব লগা মে-ডাম মেফী অনুষ্ঠানত মন্ত্ৰীজনক এই বঁটা প্ৰদান কৰাহ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Prajwal Revanna Arrested: बेंगलुरु एयरपोर्ट से प्रज्वल रेवन्ना की गिरफ्तारी, SIT ने किया गिरफ्तार
Prajwal Revanna Arrested: बेंगलुरु एयरपोर्ट से प्रज्वल रेवन्ना की गिरफ्तारी, SIT ने किया गिरफ्तार
এফালে আজাদী কা অমৃত মহোৎসৱ আনফালে এইখন অসমতে পৰিয়াল পোহপাল দিবলৈ কনমানিৰ মৃত্যুৰ সতে খেলা
এফালে আজাদী কা অমৃত মহোৎসৱ আনফালে এইখন অসমতে পৰিয়াল পোহপাল দিবলৈ কনমানিৰ মৃত্যুৰ সতে খেলা।
Odisha Train Accident: Rahul Gandhi ने PM Modi को घेरा, बोले- ऐसे कार चलाओगे तो…
Odisha Train Accident: Rahul Gandhi ने PM Modi को घेरा, बोले- ऐसे कार चलाओगे तो…
ડીસા તાલુકાના સદરપુર પાસે છત્રાલા નદી માંથી રેતી ભરીને આવતા ઓવરલોડ ડમ્પરો બન્યા માથાનો દુખાવો : સદરપૂર રોડ ઉપર બનાવેલા વજન કાંટાને લીધે ટ્રાફિક
બનાસકાંઠા જિલ્લામાં ઠેર ઠેર રેતીની લીઝો આવેલી છે પરંતુ વધુ રૂપિયા કમાવવાની લાલચમાં રેતી ચોરી કરતા...