গণৰাজ্য দিৱস শান্তিপূৰ্ণ ভাৱে উদযাপনৰ বাবে সোণাৰি আৰক্ষীয়ে ব্যপক তালাচী অভিযান চলাই থকা পৰিলক্ষিত হৈছে। চৰাইদেউ জিলা প্ৰশাসনে কালি সোণাৰি ৰাজহুৱা খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰিছে। দিৱসৰ কাৰ্যসূচীত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যয় কোনো ধৰণৰ কোটাঘাতমূলক কাৰ্য সংঘটিত কৰি ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে আৰক্ষীৰ দলে সোণাৰি নগৰৰ মাজেদি চলাচল কৰা প্ৰতিখন গাড়ী তন্নতন্নকৈ তালাচী চলাই আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়া জিলাৰ ৱাথৈ গাঁৱত সুমথিৰা পুলি বিতৰণ তথা প্ৰশিক্ষণ শিৱিৰ।
তিনিচুকীয়া জিলাৰ ৱাথৈ গাঁৱত সুমথিৰা পুলি বিতৰণ তথা প্ৰশিক্ষণ শিৱিৰ।
অসমৰ সুমথিৰা জিলা...
સુરત લવ જેહાદ મામલે હિન્દુ હિત રક્ષકમંડળ દ્વારા કતારગામ બાપા સીતારામ ચોક ખાતે સૂત્રોચ્ચાર કરી વિરોધ
સુરતમા લવ જેહાદ મામલે હિન્દુ હિત રક્ષકમંડળ દ્વારા કતારગામ બાપા સીતારામ ચોક ખાતે સૂત્રોચ્ચાર કરી...
পূব গুৱাহাটী সমষ্টিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন উপ-পৌৰপতি বলেন্দ্র ভৰালী
পূব গুৱাহাটী সমষ্টিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন উপ-পৌৰপতি বলেন্দ্র ভৰালী
ದಕ್ಷಿಣ ಆಫ್ರಿಕಾದ ಜೋಹಾನ್ಸ್ ಬರ್ಗ್ನಲ್ಲಿ ಭೂಗತ ಸ್ಫೋಟ ಸಂಭವಿಸಿದೆ.ಈ ದೃಶ್ಯ ಸಿಸಿಟಿವಿ ಕ್ಯಾಮೆರಾದಲ್ಲಿ ಸೆರೆಯಾಗಿದೆ
ದಕ್ಷಿಣ ಆಫ್ರಿಕಾದ ಜೋಹಾನ್ಸ್ ಬರ್ಗ್ನ ರಸ್ಯೆಯೊಂದರಲ್ಲಿ ಭೂಗತ ಸ್ಫೋಟ ಸಂಭವಿಸಿದೆ. ಈ ಭಯಾನಕ ದೃಶ್ಯ...
ZEE 24 Kalak Headlines @ 9 AM: 30/10/2022 | Zee News
ZEE 24 Kalak Headlines @ 9 AM: 30/10/2022 | Zee News