মেৰাপানীৰ দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, লেখক মনোজ কুমাৰ শইকীয়াৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত দেহাৱসান ঘটে। দৈয়াঙৰ বৌদ্ধিক জগত এক চিনাকী নাম মনোজ কুমাৰ শইকীয়াৰ মৃত্যুত মেৰাপানীত শোকৰ ছাঁ পৰিছে। তেখেতৰ অকাল মৃত্যুত দৈয়াঙৰ বৌদ্ধিক ক্ষেত্ৰ, উত্তৰ প্ৰজন্ম আৰু অসমীয়া সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি হৈছে। তেখেতৰ নৰশ্বৰ দেহ গুৱাহাটীৰ পৰা আহি পোৱাৰ পাছতেই তেওঁৰ কৰ্মস্থলী দৈয়াং মহাবিদ্যালয়ত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ লগতে দৈয়াং সাহিত্য সভা, গোলাঘাট জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, মেৰাপানী বজাৰ সমিতি, মেৰাপানী মহকুমা সাংবাদিক সন্থা আদিয়ে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শইকীয়াৰ বিয়োগত বিত্তমন্ত্ৰী অজন্তা নেওগে শোক প্ৰকাশ কৰি গোলাঘাটৰ বৌদ্ধিত আৰু সামাজিক ক্ষেত্ৰখন শূণ্যতাৰ সৃষ্টি হ'ল বুলি উল্লেখ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર: સીટી મામલતદાર મયુર દવેની પ્રમોશન સાથે ચિટનીસ તરીકે બદલી
સુરેન્દ્રનગર: સીટી મામલતદાર મયુર દવેની પ્રમોશન સાથે ચિટનીસ તરીકે બદલી
गुरूकुल के ’कमरे में गद्दों पर सो रहे तीन बच्चे झुलसे’, दो की हालत गंभीर, शीघ्र स्वस्थ की प्रार्थना
तलवास से मूलचंद शर्मा की रिपोट- बूंदी। जिले के तलवास ग्राम में संचालित श्रीमद गुरूकार्णी...
OnePlus 12: 64MP पेरिस्कोप जूम कैमरा के साथ आ रहा वनप्लस का नया फोन, 9 नवंबर को हो रहा खास इवेंट
OnePlus 12 Launch वनप्लस अपने यूजर्स के लिए एक नया स्मार्टफोन लॉन्च करने जा रहा है। जी हां हम...
KUTIYANA ઢેલીબેનને ટીકીટ મળતા કુતિયાણા ભાજપમાં હરખની હેલી 12 11 2022
KUTIYANA ઢેલીબેનને ટીકીટ મળતા કુતિયાણા ભાજપમાં હરખની હેલી 12 11 2022