আজি ইংৰাজী ১মাৰ্চ ২০২৩ তাৰিখে মৰাণ পৌৰসভাৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে মৰাণ পৌৰসভাৰ বৰ্ধিত কৰ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ সভাত অংশ গ্ৰহন কৰে আৰু পুৰনি নিৰ্ধাৰিত কৰ স্থগিত ৰাখি জনসাধাৰণৰ সুবিধা আৰু হিতৰ প্ৰতি লক্ষ্যৰাখি এক নতুন নিয়ন্ত্ৰীত কৰ নিৰ্ধাৰন কৰিবলৈ মৰাণ পৌৰসভাৰ প্ৰতি আহ্বান জনায়। উক্ত সভাত মৰাণ নগৰ মণ্ডলৰ সভাপতি অমৰদীপ ভাগৱতী, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, উপপৌৰপতি উদয় গগৈ, জিলা কাৰ্য্যনিৰ্বাহক সদস্য কুশল দত্ত, মাহমৰা ৰাজহ চক্ৰ কাৰ্যকৰী বিষয়া ভাৰতী গগৈ, ৱাৰ্ড।আয়ুক্ত সকল, মণ্ডলৰ বিষয় ববীয়া তথা দলীয় কাৰ্যকৰ্তাৰ লগতে ভালে সংক্ষ্যক।ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પારડીના શખ્સોએ ભાગીદારીમાં દારૂ મંગાવ્યો, રીક્ષાના સ્પીકરની પેટીમાં છુપાવી નીકળતા ઝડપાયા
રાજકોટ જિલ્લાના શાપર નજીક આવેલ પારડી ગામે શ્રી હરિ સોસાયટીમાં એક સીએનજી રીક્ષામાંથી શાપર પોલીસે...
India AI Mission: AI इकोसिस्टम को मिलेगी मजबूती, राजीव चंद्रशेखर बोले - डिजिटल इकोनॉमी और एआई के भविष्य को मिलेगा आकार
केंद्र सरकार ने AI इकोसिस्टम को मजबूत करने के लिए India AI mission को मंजूरी दे दी है। इसके तहत...
সোণাৰিৰ নাফুক চাহ বাগিচাত অভিনন্দন অনুষ্ঠান সম্পন্ন
সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা...
ડીસાના ઝાબડીયામાં ફોન કરવા બાબતે પિતા-પુત્રોએ યુવક પર હુમલો કરતાં ચકચાર : મુડેઠામાં રસ્તા પર ચાલવા મુદ્દે પિતા-પુત્ર પર હુમલો કરતાં ચકચાર
ડીસા તાલુકાના ઝાબડીયા ગામે ફોન કરવા બાબતે થયેલી બોલાચાલીમાં યુવક પર પિતા અને બે પુત્રોએ...