ৰুপথাৰ নলনী অঞ্চলৰ ৰেলৱে লাইনৰ দাতিত অচিনাকি মৃতদেহ উদ্ধাৰ।সৰুপথাৰ আৰু নাওজানৰ মাজৰ নলনী অঞ্চলত ৰেলৱে লাইনৰ কাষত এটি অচিনাকি মৃতদেহ উদ্ধাৰ হৈছে। পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এই মৃতদেহটো। ইতিমধ্যে ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট পঠিয়াবলৈ সাজু কৰিছে। স্থানীয় লোক আৰু ৰেলৱে আৰক্ষীয়ে মৃতদেহটো ৰেলে কটাৰ সন্দেহ কৰিছে। বৰ্তমান সময়লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MSI Laptops 2024: लॉन्च हुए पावरफुल प्रोसेसर और एआई पावर्ड फीचर्स से लैस लैपटॉप, चेक करें स्पेसिफिकेशन
MSI ने भारत में अपने लैपटॉप लाइनअप का विस्तार किया है। इंटेल कोर अल्ट्रा प्रोसेसर द्वारा संचालित...
परतूर तालुक्यातील वरफळ येथे अशोका विजया दशमी व धम्मचक्र प्रवर्तन दिनाच्या दिवशी वंचित बहुजन आघाडी शाखा उद्घाटन करण्यात आले
परतूर तालुक्यातील वरफळ येथे अशोका विजया दशमी व धम्मचक्र प्रवर्तन दिनाच्या दिवशी वंचित बहुजन...
অবৈধ মাটি খনন বন্ধ কৰাৰ কাছমাৰিত দাবী আছাৰ কেন্দ্ৰীয় উপসভাপতি দেবেন।ওৰাঙৰ।
মৰাণত অবৈধভাৱে মাটি খনন কৰি মাটি মাটি কঢ়িওৱা ডাম্পাৰ আবদ্ধ কৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা...
जल्द ही भारतवर्ष होगा अखण्ड - विजयलक्ष्मी दीदी
जल्द ही भारतवर्ष होगा अखण्ड - विजयलक्ष्मी दीदी