অসম মঞ্চ তথা বোলছবি জগতৰ বলিষ্ঠ অভিনেতা প্ৰানজিত দাসৰ আজি পূৱাই মৃত্যুৰ বাতৰি পোৱাৰ পিচতে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী৷মহানগৰীৰ মেট্ৰো হস্পিতালত চিকিৎসাধীন অৱস্থাত আজি পূৱা ১০-০৪ বজাত দেহাৱসান ঘটে বিশিষ্ট অভিনেতা গৰাকীৰ৷বোলছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ যোগে ৰাইজৰ মৰম বুতলি জনপ্ৰিয় হৈ পৰিছিল সমগ্ৰ ৰাজ্যতে৷আজি তেওঁৰ মৃত্যুত সকলো দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমাবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
25000 रुपए का इनामी आरोपी व उसका साथी गिरफ्तार
कोटा ग्रामीण की डीएसटी टीम ने बड़ी कार्रवाई करते हुए 25000 रुपए के इनामी आरोपी व उनके साथी को...
লক্ষ্য হৰ ঘৰ তিৰংগা :: উত্তৰ মহুৰাত বিশেষ গাঁও সভা
ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বর্ষ পূৰ্তি উপলক্ষে দেশজুৰি উদযাপিত হৈ থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ...
रोजगार सहायक के आत्महत्या मामले में सीईओ पर एफआईआर की मांग दो दिन सामूहिक अवकाश पर जीआरएस, आनिष्चितकालीन आंदोलन की चेतावनी
गुनौर : रोजगार सहायकों ने जनपद सीईओ को दो दिवसीय अवकाश के लिए आवेदन सौंप कर खंडवा जिले में...
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা
Entertainment Top News 11 April: प्रियंका चोपड़ा ने बॉलीवुड में पूरे किए 20 साल, दूसरे हफ्ते भोला की हालत खराब
नई दिल्ली, जेएनएन। ग्लोबल स्टार प्रियंका चोपड़ा ने 20 अप्रैल को बॉलीवुड में अपने करियर के...