অসম মঞ্চ তথা বোলছবি জগতৰ বলিষ্ঠ অভিনেতা প্ৰানজিত দাসৰ আজি পূৱাই মৃত্যুৰ বাতৰি পোৱাৰ পিচতে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী৷মহানগৰীৰ মেট্ৰো হস্পিতালত চিকিৎসাধীন অৱস্থাত আজি পূৱা ১০-০৪ বজাত দেহাৱসান ঘটে বিশিষ্ট অভিনেতা গৰাকীৰ৷বোলছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ যোগে ৰাইজৰ মৰম বুতলি জনপ্ৰিয় হৈ পৰিছিল সমগ্ৰ ৰাজ্যতে৷আজি তেওঁৰ মৃত্যুত সকলো দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমাবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Parliament Monsoon Session: PM मोदी आज देंगे अविश्वास प्रस्ताव पर जवाब, PMO ने ट्वीट कर दी जानकारी
नई दिल्ली, प्रधानमंत्री नरेंद्र मोदी गुरुवार शाम 4 बजे लोकसभा में अविश्वास प्रस्ताव पर बहस...
Israel-Hamas War के बीच किसके कहने पर रफ़ा बॉर्डर खोलने को राजी हुआ Israel ?
Israel-Hamas War के बीच किसके कहने पर रफ़ा बॉर्डर खोलने को राजी हुआ Israel ?
10 Influential Politicians of Garo Hills
10 Influential Politicians of Garo Hills
યુપીમાં ટ્રક-ડ્રાઇવરે કારને 2 કિમી સુધી ઢસડી:અંદર બેઠેલા 3 લોકોએ કૂદીને જીવ બચાવ્યો #up
યુપીમાં ટ્રક-ડ્રાઇવરે કારને 2 કિમી સુધી ઢસડી:અંદર બેઠેલા 3 લોકોએ કૂદીને જીવ બચાવ્યો #up