সাম্প্ৰতিক সময়ত সুপ্ত প্ৰতিভা বিকাশৰ অন্যতম মঞ্চ হৈছে সামাজিক মাধ্যম। এই মাধ্যমৰ জৰিয়তে বৰ্তমান সময়ত বহু অঞ্চলত লোকাই থকা প্ৰতিভা সমূহ বিকাশ হোৱাত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে। হয়, এইখন অসমত অভাৱ নাই এতিয়া ভিন্ন প্ৰতিভাৰ। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এই গৰাকী যুৱতীৰ নাম হ'ল পৰিস্মিতা বৰুৱা। ঐতিহাসিক শিৱসাগৰ জিলাৰ মগৰাহাটৰ হেমধৰ বৰুৱাৰ কন্যা পৰিস্মিতা বৰুৱা ই পৰি থকা শিলক ভিন্ন দৃশ্যৰে অংকণ কৰি জীৱন্ত ৰূপ দিয়া প্ৰয়াস কৰিছে। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ণৰত পৰিস্মিতা বৰুৱা একাধাৰে ম'ডেলিং,আৰু মেকআপ আৰ্টিষ্ট ৰ লগটো জড়িত। যুৱতি গৰাকীয়ে নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াস সমূহ সামাজিক মাধ্যমত এৰি দিয়াৰ পাছতে সৰ্বত্ৰে এতিয়া প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে। পৰিস্মিতা বৰুৱাৰ এই যাত্ৰা যেন আৰু সুন্দৰ হওক তাৰ বাবে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
G-7 शिखर सम्मेलन में शामिल होने इस दिन इटली जाएंगे पीएम मोदी, जॉर्जिया मेलोनी सहित कई नेताओं से कर सकते हैं मुलाकात
दिल्ली। प्रधानमंत्री नरेन्द्र मोदी लगातार तीसरे कार्यकाल का कार्यभार संभालने के बाद अपनी...
ધ્રાંગધ્રા ડીવાયએસપીની ટીમે પ્રોહિબિશનના ગુનામાં ફરાર આરોપીને ઝડપી પાડ્યો
ધ્રાંગધ્રા ડીવાયએસપીની ટીમે પ્રોહિબિશનના ગુનામાં ફરાર આરોપીને ઝડપી પાડ્યો
Bihar Politics: Giriraj Singh की बड़ी मांग, Nitish Kumar और Naveen Patnaik को दिया जाए Bharat Ratna
Bihar Politics: Giriraj Singh की बड़ी मांग, Nitish Kumar और Naveen Patnaik को दिया जाए Bharat Ratna
October 15, 2022 વડોદરા મહાનગરપાલિકા દ્વારા બદામડી બાગ ખાતે નવી નિર્માણ થનાર આર્ટ ગેલેરી નું અને નવા ફાયર સ્ટેશનનું ખાતમુહુર્ત કરાયું
October 15, 2022 ઘણા સમયથી વડોદરાના આર્ટીસ્ટો ની માંગણી ને ધ્યાનમાં રાખીને વડોદરા મહાનગરપાલિકા...