সাম্প্ৰতিক সময়ত সুপ্ত প্ৰতিভা বিকাশৰ অন্যতম মঞ্চ হৈছে সামাজিক মাধ্যম। এই মাধ্যমৰ জৰিয়তে বৰ্তমান সময়ত বহু অঞ্চলত লোকাই থকা প্ৰতিভা সমূহ বিকাশ হোৱাত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে। হয়, এইখন অসমত অভাৱ নাই এতিয়া ভিন্ন প্ৰতিভাৰ। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এই গৰাকী যুৱতীৰ নাম হ'ল পৰিস্মিতা বৰুৱা। ঐতিহাসিক শিৱসাগৰ জিলাৰ মগৰাহাটৰ হেমধৰ বৰুৱাৰ কন্যা পৰিস্মিতা বৰুৱা ই পৰি থকা শিলক ভিন্ন দৃশ্যৰে অংকণ কৰি জীৱন্ত ৰূপ দিয়া প্ৰয়াস কৰিছে। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ণৰত পৰিস্মিতা বৰুৱা একাধাৰে ম'ডেলিং,আৰু মেকআপ আৰ্টিষ্ট ৰ লগটো জড়িত। যুৱতি গৰাকীয়ে নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াস সমূহ সামাজিক মাধ্যমত এৰি দিয়াৰ পাছতে সৰ্বত্ৰে এতিয়া প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে। পৰিস্মিতা বৰুৱাৰ এই যাত্ৰা যেন আৰু সুন্দৰ হওক তাৰ বাবে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঘিলামৰাৰ সাপ্তাহিক শনিবৰিয়া বজাৰৰ শৌচালয় নিৰ্মান কাম সম্পূৰ্ণ হোৱা কেবাটাও মাহ উকলি যোৱা পিছতো মুকলি নহল শৌচালয় গৃহ
ঘিলামৰাৰ সাপ্তাহিক শনিবৰিয়া বজাৰৰ শৌচালয় নিৰ্মান কাম সম্পূৰ্ণ হোৱা কেবাটাও মাহ উকলি যোৱা পিছতো...
Rahul Gandhi Manipur Visit : Relief Camp में राहुल गांधी को देख रो पड़े हिंसा प्रभावित लोग | Imphal
Rahul Gandhi Manipur Visit : Relief Camp में राहुल गांधी को देख रो पड़े हिंसा प्रभावित लोग | Imphal
Detox Your Colon Immediately | आँतों से चिपका मल निकालने का आसान तरीका | Healthy Hamesha
Detox Your Colon Immediately | आँतों से चिपका मल निकालने का आसान तरीका | Healthy Hamesha
राऊत हे वाघ आहे की नाही माहीत नाही, अब्दुल सत्तार
औरंगाबादः संजय राऊत यांना जामीन झाला असून, त्यांना माझ्या शुभेच्छा आहेत. कोण कुठून, कधी बाहेर आला...
দুৰ্গা পূজাৰ বাবে যুদ্ধকালিন প্ৰস্তুতি, মৰাণত চাহ বাগিচা অঞ্চলৰ পৰা চহৰলৈকে অনুষ্ঠিত ৩৭ খন পূজা
দুৰ্গা পূজাৰ বাবে যুদ্ধকালিন প্ৰস্তুতি, মৰাণত চাহ বাগিচা অঞ্চলৰ পৰা চহৰলৈকে অনুষ্ঠিত ৩৭ খন পূজা