গোলাঘাটৰ তৰফাট অঞ্চলত ডেউকা ভাঙি পৰি থকা অৱস্থাত উদ্ধাৰপৰিভ্ৰমী চৰাই দেউ ৰাজহাঁহ l গোলাঘাট তৰফাটত আজি পুৱাই স্থানীয় লোকে উদ্ধাৰ কৰে দিনক দিনে লুপ্তপ্ৰায় হবলৈ ধৰা আপুৰুগীয়া পৰিভ্ৰমী পক্ষী দেউ ৰাজহাঁহ l স্থানীয় এজন লোক পথাৰলৈ যাওঁতেই পথাৰত ডেউকা ভাঙি পৰি থকা অৱস্থাত দেউ ৰাজহাঁহ প্ৰত্যক্ষ কৰি গোলাঘাট বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি উক্ত স্থানত উপস্থিত হৈ দেউ ৰাজহাঁহ টোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ যায় lবনবিভাগৰ লোকে জনোৱা মতে সাধাৰণতে অক্টোবৰ মাহত প্ৰায় ১০০০ কি মি বাট অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে এই চৰাই বিধ।গ্ৰীস্মৰ আগমনৰ আগে আগে অসমৰ পৰা পুনৰ উৰা মাৰে নিজৰ অঞ্চললৈ।নিশ্চয় নিজৰ দলৰ পৰা আঁতৰি বাট হেৰুৱাই এই অঞ্চলত পৰিলহি চৰাইজনী।বনবিভাগে চৰাইজনীক উদ্ধাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই মুকলি কৰি দিব কাজিৰঙাত।এনে কিছুসংখ্যক জীৱপ্ৰেমী থকাৰ বাবেই,আজিও মুক্ত মনেৰে উৰি বিচৰণ কৰি ফুৰিব পাৰে এই সমূহ পৰিভ্ৰমী চৰাই।যদি কোনো দুষ্ট লোকৰ হাতত চৰাই বিধ পৰা হলে,নিশ্চয় আজি এই পৰিভ্ৰমী চৰাইজনীক হত্যা কৰি ভক্ষন কৰিলে হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Coronavirus: देश में फिर तेज हुई कोविड की रफ्तार, 24 घंटे में 2151 नए केस; पांच महीने में आए सबसे ज्यादा मामले
देशभर में कोरोना संक्रमण ने एक बार फिर रफ्तार पकड़ ली है। पिछले कुछ दिनों से कोरोना के...
ધ્રાંગધ્રાના સર્કિટ હાઉસ ખાતે ઠાકોર સમાજના આગેવાનોની મિટિંગ મળી હતી
ધ્રાંગધ્રાના સર્કિટ હાઉસ ખાતે ઠાકોર સમાજના આગેવાનોની મિટિંગ મળી હતી
खासदार प्रीतम यांच्या रॅलीला उत्स्फूर्त प्रतिसाद
बीड - बीड जिल्ह्याच्या खासदार डॉ प्रीतम मुंडे यांच्या गोपीनाथ गड ते भगवान भक्ती गड अर्थात...
Tata Tech समेत इन 5 कंपनियों के IPO Share market में करोड़ों का खेल कर गए, चूक गए तो ये देखिए
Tata Tech समेत इन 5 कंपनियों के IPO Share market में करोड़ों का खेल कर गए, चूक गए तो ये देखिए