স্বাস্থ্যবিভাগৰ যুটিয়া স্বাস্থ্যসঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাই সংবাদ মেল সম্বোধন কৰেশণিবাৰে। শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এই সংবাদ মেল অনুস্থিত কৰাহয় জিলা স্বাস্থ্যবিভাগৰ পৰা।৩ডিচেম্বৰৰ পৰা ৫ডিচেম্বৰলৈ স্বাস্থ্যসেৱা উৎসৱ তৃতীয় শিৱসাগৰ জিলা।স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ মুঠ ৪৫খন স্বাস্থ্যপ্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব এই স্বাস্থ্য সেৱা উৎসৱত ।আন্তঃগাঠনি, পৰিস্কাৰ পৰিচ্ছন্নতা সংক্ৰমণ নিয়ন্ত্ৰণ, আৰু ৰোগী সেৱাৰ ওপৰত গুৰুত্ব আৰোপকৰি অনুষ্ঠিত হ'ব স্বাস্থ্যসেৱা উৎসৱ।যুটিয়া স্বাস্থ্যসেৱা সঞ্চালক মাখন চন্দ্ৰকলিতাৰ উপৰিও সংবাদ মেলত উপস্থিত থাকে শিৱসাগৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়াৰ লগতে জিলাস্বাস্থ্য বিভাগৰ বহু কেইগৰাকী বিষয়-ববীয়া।শিক্ষা বিভাগৰ গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ দিশত অনুপ্ৰানিত হৈ ssu লক্ষ্য হৈছে আই টি ইএছৰ অনুসৰণ বৃদ্ধি কৰা। আৰু লক্ষ্য নিৰ্ধাৰণ কৰা সম্পদৰ ব্যৱধান দূৰ কৰা।প্ৰথম পৰ্য্যায়ত স্বাস্থ্যসেৱা উৎসৱ ৬এপ্ৰিলৰ পৰা ৮এপ্ৰিল ২০২৩ অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্য্যায়ত ২০নৱেম্বৰৰপৰা ২২নৱেম্বৰত আৰু ২০২৪ত ৩ডিচেম্বৰৰ পৰা ৫ডিচেম্বৰলৈ শিৱসাগৰত অনুস্থিত হ'ব।শিৱসাগৰ জিলা চিকিৎসালয় , চাৰিখন সামুহিক স্বাস্থ্যকেন্দ্ৰ, ২৮খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আৰু ৫টাআয়ুষ্মান আৰোগ্য মণ্ডিত আৰু ৬খন আৰু পি পিচি চাহৰ বাগিচাত এই উৎসৱ অনুষ্ঠিত হ'ব জিলা স্বাস্থ্য বিভাগৰ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নলবাৰীত আছুৰ বিক্ষোভকাৰী দলক আৰক্ষীৰ বাধা
সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত এটি প্ৰতিবাদী সমদল...
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
यह कैंसर है युवा मर्दों में सबसे आम [Testicular cancer – what young men need to know]
यह कैंसर है युवा मर्दों में सबसे आम [Testicular cancer – what young men need to know]
Stock market crash क्यों हुआ? Small cap | Mid cap | SME IPO | SBI
Stock market crash क्यों हुआ? Small cap | Mid cap | SME IPO | SBI
বালিপৰা চাৰিদুৱাৰত বানৰ ভয়ংকৰ ৰূপ( দৃশ্য-7 ) #baliparaflood #thevoiceofchariduar #SharePost #flood
বালিপৰা চাৰিদুৱাৰত বানৰ ভয়ংকৰ ৰূপ( দৃশ্য-7 ) #baliparaflood #thevoiceofchariduar #SharePost #flood