অসমৰ প্ৰথম অভিধান প্ৰণেতা ,টাই পণ্ডিত, প্ৰথম ইংলেণ্ড যোৱা অসমীয়া টেঙাই মহনৰ স্মৃতিত টাই আহোম যুৱ পৰিষদে যোৱা বছৰৰ পৰা প্ৰদান কৰি আছে সমান্তৰালকৈ যোৱা বৰ্ষৰ দৰে এইবাৰো পণ্ডিত টেঙাই মহনৰ স্মৃতিত ২০২৩ বৰ্ষৰ বঁটা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ ড৹ দেবব্ৰত শৰ্মাক। ডিব্ৰুগড় জিলাৰ মৰাণৰ আৱৰ্ত্ত ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিব দিয়ে টাইপাই। লগতে এই বঁটা প্ৰদান কৰিব ১১ ফেব্ৰুৱাৰীত টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড়তে অনুষ্ঠিত হব লগীয়া টেঙাই মহনৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত। আনহাতে একেখন সংবাদমেলতে টাইপাই পূনঃ সমষ্টি নিৰ্ধাৰণৰ বিষয়ে সৰব হৈ পৰে টাইপা। সমষ্টি কৰ্তন নকৰিবলৈ সকিয়নী টাইপাৰ। বৰঞ্চ সমষ্টি বৃদ্ধি কৰিবলৈ দাবী কৰে টাইপাই। লগতে আৰু এটা কথা স্পষ্ট কৰি কয় যে টাই আহোম সকলক প্ৰথমে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰক তাৰ পিছতহে সমষ্টি কটা নতুবা নিৰ্ধাৰণ কৰক বুলি উল্লেখ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনাত আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ আটাছু কৰ্মীৰ।
ঢকুৱাখনাত আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ আটাছু কৰ্মীৰ।
ભાવનગરના ચિત્રા ખાતે યોજાનાર કાર્યક્રમમાં હાજરી આપવા આવેલા મુખ્યમંત્રી ભુપેન્દ્રભાઈ પટેલનું એરપોર્ટ ખાતે અદાધિકારીઓ અને અધિકારીઓએ સ્વાગત કર્યું
ભાવનગર શહેરના ચિત્રા ખાતે વિશિષ્ટ કાર્યક્રમનું આયોજન કરવામાં આવ્યું હતું. માનનીય મુખ્યમંત્રી...
પલોલ પ્રા.શાળાના ૧૩૩માં વર્ષમાં મંગળ પ્રવેશ નિમિત્તે યોજાયો કાર્યક્રમ
સોજીત્રા તાલુકાના પલોલ મુકામે પ્રાથમિક શાળાના ૧૩૩માં વર્ષમાં મંગળ પ્રવેશ નિમિત્તે આણંદ જિલ્લા...
कुत्र्याच्या पिलाला वाचविणारी मांजर पाहून आच्छर्य वाटेल
कुत्र्याच्या पिलाला वाचविणारी मांजर पाहून आच्छर्य वाटेल
महाराष्ट्र में CM Yogi के बंटेंगे तो कटेंगे वाले नारे पर अब NDA के ही साथी Ajit Pawar सवाल उठाने लगे
महाराष्ट्र में CM Yogi के बंटेंगे तो कटेंगे वाले नारे पर अब NDA के ही साथी Ajit Pawar सवाल उठाने लगे