ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ তেল ডিপুৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু কাৰৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত কাৰত থকা চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত চাৰিজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত মৰাণৰ প্ৰতিস্থিত ব্যৱসায়ী অমিত জৈন আৰু তেওঁৰ দুগৰাকী কন্যা আৰু বাহন চালক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भागीरथी विद्यालयात राष्ट्रीय क्रीडा दिन साजरा
भागीरथी विद्यालयात राष्ट्रीय क्रीडा दिन साजरा
শিৱসাগৰত অনা অসমীয়া ই দল -সংগঠন খুলি দপদপনি চলাব নোৱাৰিব ",শিৱসাগৰ নগৰত ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত বিশাল ৰাজহুৱা সভা।
শুকুৰবাৰে অনুষ্ঠিত এই বিশাল ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহন বহিৰাগতৰ বিৰুদ্ধে।১৩আগষ্টৰ দিনা শিৱসাগৰৰ...
તળાજાના બેલાથી ચૂડી ગામ વચ્ચેનો રોડ ચાર વર્ષમાં ધોવાયો, તો બાવળો અકસ્માત નોતરે તેવી સ્થિતિ
તળાજા પંથકમાં ગ્રામ્ય વિસ્તારોના માર્ગોની બંને બાજુ ગાંડા બાવળના બેફામ ઉપદ્રવથી વાહન અકસ્માતની...
વીરપુર માં બૈરું કરડવાનો કિસ્સો સામે આવ્યો..
વિરપુર સી.એચ.સી માં પત્નીએ પતિને બચકું ભરતાં ધનૂરના ઇન્જેકશન મુકાયું...
વિરપુરમાં પત્નીએ પતિ ને...
હવે સરકારી શિક્ષકોને મોડા આવવાનું નહિ ચલાવી લેવાય, ગાંધીનગરથી છૂટ્યો મોટો આદેશ
ગુજરાતની પ્રાથમિક શાળામાં અનિયમિત રહેનારા શિક્ષકો પર હવે તવાઈ આવશે. પ્રાથમિક શિક્ષણના નિયામકે...