ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ তেল ডিপুৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু কাৰৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত কাৰত থকা চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত চাৰিজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত মৰাণৰ প্ৰতিস্থিত ব্যৱসায়ী অমিত জৈন আৰু তেওঁৰ দুগৰাকী কন্যা আৰু বাহন চালক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউত ভয়াবহ অগ্নিকাণ্ড
চৰাইদেউ জিলাৰ শিলাসাকো লাহন গাওঁত অগ্নিকাণ্ড: কথমপি ৰক্ষা কেইবাটাও পৰিয়াল ।
...
Chief Minister Himanta Biswa Sharma welcomes people to FatbihuDhakuakhana
Chief Minister Himanta Biswa Sharma welcomes people to FatbihuDhakuakhana
Maldives के राष्ट्रपति Mohamed Muizzu राष्ट्रपति भवन पहुंचे, PM Modi-राष्ट्रपति Murmu ने किया स्वागत
Maldives के राष्ट्रपति Mohamed Muizzu राष्ट्रपति भवन पहुंचे, PM Modi-राष्ट्रपति Murmu ने किया स्वागत
খুমতাই চাহ বাগানত দৰিদ্ৰ লোকক বস্ত্ৰদান কৰে মৰাণৰঅন্যতম সংগঠন জে চি আই নামৰ সংস্থাটোৱে
বেচৰকাৰী মহিলা সংগঠন ‘JCI MORAN - The Royals’ ৰ প্ৰশংসনীয় পদক্ষেপ । মৰাণৰ সমীপৰ...