ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ তেল ডিপুৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু কাৰৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত কাৰত থকা চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত চাৰিজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত মৰাণৰ প্ৰতিস্থিত ব্যৱসায়ী অমিত জৈন আৰু তেওঁৰ দুগৰাকী কন্যা আৰু বাহন চালক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अपराध नियंत्रण को लेकर पुलिस ने चलाया लेकिन अभियान
बिहार के कटिहार में अपराध नियंत्रण को लेकर कटिहार के आरक्षी अधीक्षक जितेंद्र कुमार के निर्देश पर...
MAHUVA : લમ્પી વાયરસના લક્ષણો જોવા મળતાં પશુપાલકોમાં ફફડાટ
MAHUVA : લમ્પી વાયરસના લક્ષણો જોવા મળતાં પશુપાલકોમાં ફફડાટ
દિપક કેમ ટેક લિમિટેડના બોર્ડ દ્વારા 300 KTA ફિનોલ અને 100 KTA આઇસોપ્રોપાઇલ આલ્કોહોલ પ્રોજેક્ટની મંજૂરી આપી
દિપક કેમ ટેક લિમિટેડ ('DCTL'), જે દિપક નાઇટ્રાઇટ લિમિટેડ ('દિપક' અથવા 'કંપની')ની સંપૂર્ણ માલિકીની...