কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট বাপুজী হাইস্কুলৰ আটোমটোকাৰী পৰিবেশে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰথমৰ পৰা নৱমমান শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ গুনগত মানদণ্ড নিৰুপন কৰাৰ উদ্দেশ্য গুনোৎসৱৰ আয়োজন কৰিছিল৷ছাত্ৰছাত্ৰীৰ শৈক্ষিক দিশত অধীক গুৰুত্ব প্ৰদান কৰিব উক্ত গুনোৎসৱেে৷ইয়াকলৈ তৎপৰ হৈ পৰিছে বিদ্যালয় কতৃপক্ষ৷ব্যতিক্ৰম নহয় গড়পোট বাপুজী হাইস্কুলো৷বিদ্যালয় খনে সম্প্ৰতি জিলাখনত অব্যাহত থকা গুনোৎসৱকলৈ অধীক তৎপৰ হৈ পৰা দেখা গৈছে৷আজি বিদ্যালয় খনক আটোমটোকাৰীকৈ সজাইপৰাই সুন্দৰ কৰি তুলিছে৷বিভাগীয় সকলো নীতিনিৰ্দেশনাক সন্মান জনাই যাৱতীয় প্ৰস্তুতি কৰি তুলিছে৷উল্লেখযোগ্য যে উক্ত শিক্ষানুষ্ঠান খনে ইতিপূৰ্বৰে পৰা শিক্ষাৰ উত্তৰনত ইতিবাচক ভূমিকা লৈ আহিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'Pedaluru 2024', an annual cycling event in Bengaluru celebrating World Bicycle Day on June 9, 2024.
June 6, 2024
Pedaluru 2024: Bengaluru Gears Up for World Bicycle Day Celebration
The...
ઉત્તર પ્રદેશમાં પૂર, 350 ગામ ડૂબ્યા: ભારે વરસાદના લીધે 24 કલાકમાં 4નાં મોત; આજે 22 રાજ્યોમાં એલર્ટ; જુઓ
ઉત્તર પ્રદેશમાં પૂર, 350 ગામ ડૂબ્યા: ભારે વરસાદના લીધે 24 કલાકમાં 4નાં મોત; આજે 22 રાજ્યોમાં...
વલભીપુર શહેરના તાલુકામાં આજે રક્ષાબંધનની ઉજવણી કરવામાં આવી હતી
વલભીપુર શહેરના તાલુકામાં આજે રક્ષાબંધનની ઉજવણી કરવામાં આવી હતી