নাৰায়ণপুৰত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ উত্তৰ অসম মান্ডলিক সভাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ শাসকীয় বিজেপি চৰকাৰে ৰাজ্যবাসীক প্ৰদান কৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে আজি কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সভালৈ অহা মুখ্য অতিথি ৰঞ্জিত ৰঞ্জন বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰাক আদৰণি জনোৱাৰ মুহুৰ্তত কৰ্মীসকলে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश
NCRB Report:दिल्ली नही है महिलाओं के लिए सुरक्षित, जानिए क्या है रिपोर्ट ? | #Delhi
NCRB Report:दिल्ली नही है महिलाओं के लिए सुरक्षित, जानिए क्या है रिपोर्ट ? | #Delhi #NCRB
सबसे बड़े अपडेट के साथ लॉन्च होगी iPhone 17 Series, अभी से सामने आने लगी खूबियों की डिटेल
iPhone 16 सीरीज को लॉन्च हुए ज्यादा वक्त नहीं बीता है। इसके लॉन्च के कुछ समय बाद ही एपल की...
સુરતમાં ગાજવીજ સાથે ધોધમાર વરસાદ શરૂ, હવામાન વિભાગ દ્વારા સમગ્ર દક્ષિણ ગુજરાતમાં ઓરેન્જ એલર્ટ જાહેર.
સુરતમાં ગાજવીજ સાથે ધોધમાર વરસાદ શરૂ, હવામાન વિભાગ દ્વારા સમગ્ર દક્ષિણ ગુજરાતમાં ઓરેન્જ એલર્ટ જાહેર.