অসম প্ৰদেশ কংগ্ৰেছৰ বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত নাৰায়ণপুৰৰ জৰাবাৰীস্থিত জ্যোতিসংগম প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় উত্তৰ অসম মান্ডলিক সভা ৷ “Haath se Haath Jado Abhiyan” উদ্দেশ্যি অনুষ্ঠিত সভাখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক , ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জন , প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰা , কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াক, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় , প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰি সভাপতি ৰাণা গোস্বামী মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰকে প্ৰমুখ্যে কেইবাজনো বিধায়ক আৰু বিশ্বনাথ , শোণিতপুৰ ,ধেমাজী আৰু লখিমপুৰ জিলা সভাপতি আৰু কৰ্মীক লৈ অনুষ্ঠিত হয় মান্ডলিক সভাখন ৷ অপূৰ্ব কুমাৰ ভট্ৰাচাৰ্যই আঁত ধৰা সভাখনত মুখ্য বক্তাৰুপে ভাষণ প্ৰদান কৰে নেত্ৰী ৰঞ্জিত ৰঞ্জন , ভুপেন কুমাৰ বৰা , ৰানা গোস্বামী দেবব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰে ৷ হাথ চে হাথ জোড়ো কাৰ্যসুচী সফল ৰূপায়নৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত দলক শক্তিশালী কৰিবলৈ কৰ্মীসভা খন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: Mumbai में Rahul Gandhi के दिए शक्ति वाले बयान ने बढ़ाया राजनीति का तापमान !
Lok Sabha Election 2024: Mumbai में Rahul Gandhi के दिए शक्ति वाले बयान ने बढ़ाया राजनीति का तापमान !
આર.સી.સી રોડ, પેવર બ્લોક, સ્ટ્રીટ લાઈટ અને ડ્રેનેજ લાઈનના વિકાસ કામોનું ખાતમુહૂર્ત અને લોકાર્પણ કર્યું.
"નિકોલ મારુ હૃદય છે, વિકાસ મારો મહામંત્ર છે"
મારા મતક્ષેત્ર નિકોલ વિધાનસભાના ઓઢવ વોર્ડ...
Ram Mandir Pran Pratishtha के बाद Ayodhya में उमड़ी भीड़, रात भर लाइन में लगे लोग क्या बोले?
Ram Mandir Pran Pratishtha के बाद Ayodhya में उमड़ी भीड़, रात भर लाइन में लगे लोग क्या बोले?