অসম প্ৰদেশ কংগ্ৰেছৰ বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত নাৰায়ণপুৰৰ জৰাবাৰীস্থিত জ্যোতিসংগম প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় উত্তৰ অসম মান্ডলিক সভা ৷ “Haath se Haath Jado Abhiyan” উদ্দেশ্যি অনুষ্ঠিত সভাখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক , ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জন , প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰা , কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াক, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় , প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰি সভাপতি ৰাণা গোস্বামী মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰকে প্ৰমুখ্যে কেইবাজনো বিধায়ক আৰু বিশ্বনাথ , শোণিতপুৰ ,ধেমাজী আৰু লখিমপুৰ জিলা সভাপতি আৰু কৰ্মীক লৈ অনুষ্ঠিত হয় মান্ডলিক সভাখন ৷ অপূৰ্ব কুমাৰ ভট্ৰাচাৰ্যই আঁত ধৰা সভাখনত মুখ্য বক্তাৰুপে ভাষণ প্ৰদান কৰে নেত্ৰী ৰঞ্জিত ৰঞ্জন , ভুপেন কুমাৰ বৰা , ৰানা গোস্বামী দেবব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰে ৷ হাথ চে হাথ জোড়ো কাৰ্যসুচী সফল ৰূপায়নৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত দলক শক্তিশালী কৰিবলৈ কৰ্মীসভা খন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Diwali 2024 पर लेने जा रहे हैं नई Car, जान लें कितनी फायदेमंद है Extended Warranty
भारत में बड़ी संख्या में लोग Diwali 2024 सहित पूरे Festive Season में Car खरीदते हैं। जिनमें...
Share Market Tomorrow: कल बाजार में किन Sectors और Shares में है कमाई का बढ़ियां मौका | 15 Jan 2024
Share Market Tomorrow: कल बाजार में किन Sectors और Shares में है कमाई का बढ़ियां मौका | 15 Jan 2024
লখিমপুৰত আৰক্ষীৰ বৃহৎ সফলতা
লখিমপুৰৰ লালুকত বৃহৎ সংখ্যক গাঞ্জা উদ্ধাৰ। পুনৰ বাৰ লালুক আৰক্ষীৰ আন এক সফলতা। আৰক্ষী বিষয়া নয়ন...
Mumbai Accident: मुंबई-गोवा हाइवे पर बड़ा हादसा, 9 लोगों की दर्दनाक मौत
मुंबई-गोवा नेशनल हाइवे पर (Mumbai Goa Highway Accident) भयानक सड़क की खबर सामने आई है. इस हादसे...