বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ পঞ্চদশ বাৰ্ষিক উৎসৱ আজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়৷তদুপলক্ষে পূৱা বাৰ গোপালৰ প্ৰত্যাগমনৰ পিচতে ধৰ্মীয় ধ্বজা উত্তোলন,বন্তি প্ৰজ্বলন,স্মৃতিতৰ্পণ,বৃক্ষৰোপণ আদি কাৰ্য্যসূচীৰ অন্তত নৱনিৰ্মীত সভাঘৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বৰভাগ উন্নয়ন খন্ডৰ খণ্ড উন্নয়ন বিষয়া অপুৰ্ব চক্ৰৱৰ্তীয়ে৷ইয়াৰ পিচতে আমন্ত্ৰিত পাঠকৰ নাগাৰা নাম প্ৰদৰ্শন,বিশেষ সম্বৰ্ধনা অনুষ্ঠান,ৰাজহুৱা প্ৰষাদ আৰু ভোগ বিতৰণ আৰু আবেলি আগন্তুক বৰ্ষৰ উৎসৱ উদযাপন সমিতি গঠন কৰে৷উল্লেখযোগ্য যে এইবেলিৰ উৎসৱত অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাবেশ ঘটে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આટકોટની કે.ડી.પરવાડીયા હોસ્પિટલમાં 40 વર્ષીય મહિલાના પેટમાંથી 11કિલોની ગાંઠનું સફળતા પુર્વક ઇમરજન્સીમાં ઓપરેશન કરાયું
કે.ડી. પરવાડિયા મલ્ટી સ્પેશ્યાલીટી હોસ્પિટલમાં 40 વર્ષની યુવતીને છેલ્લા 8 મહિનાથી પેટમાં ગાંઠ...
LIVER is DYING! 12 Weird Signs of Liver Damage | Healthify
LIVER is DYING! 12 Weird Signs of Liver Damage | Healthify
ಬೆಂಗಳೂರಿನ ಫ್ರೀಡಂ ಪಾರ್ಕ್ ನಲ್ಲಿ ಕರ್ನಾಟಕ ರಾಜ್ಯ ಬಲಗೈ ಸಮುದಾಯಗಳ ಒಕ್ಕೂಟದಿಂದ ಬೃಹತ್ ಪ್ರತಿಭಟನೆ
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಬಲಗೈ ಸಮುದಾಯಗಳ ಒಕ್ಕೂಟ ಹಾಗೂ ವಿವಿಧ ದಲಿತ ಸಂಘಟನೆಗಳು ಒಳ ಮೀಸಲಾತಿ ರಹಿತ, ಹಳೆ ಮೀಸಲಾತಿಯ...