ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ উদ্যোগত অহা ২৪ জানুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন,প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,স্মৃতি তৰ্পণ,প্ৰাক্তন ছাত্ৰছাত্ৰীৰ পঞ্জীয়ন,প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ,দুপৰীয়া প্ৰীতি ভোজন,আবেলি মুকলি সভা,মুকলি সভাত কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব৷ইয়াৰোপৰি মুকলি সভাতে জনপ্ৰিয় কণ্ঠ শিল্পী দীপান্বিতা ডেকাই ও অংশগ্ৰহণ কৰিব৷অনুষ্ঠান প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি কিশোৰ কুমাৰ গোস্বামী আৰু মুখ্য সম্পাদক ভৱজ্যোতি ডেকাই সকলো প্ৰাক্তন শিক্ষাৰ্থী আৰু হিতাকাংক্ষীকে উপস্থিত থাকিবলৈ অনুৰোধ কৰিছে৷৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत दुनिया का सबसे जीवंत लोकतंत्र, इसकी छवि खराब नहीं की जानी चाहिए : उपराष्ट्रपति धनखड़
उपराष्ट्रपति जगदीप धनखड़ ने बुधवार को कहा कि भारत दुनिया का सबसे जीवंत लोकतंत्र है और किसी को...
Panchmahal: શહેરાના નાંદરવા ગામે ભરાયેલા ઝાલા ના મેળામાં બે વર્ષ બાદ માનવ મહેરામણ ઉમટ્યુ
Panchmahal: શહેરાના નાંદરવા ગામે ભરાયેલા ઝાલા ના મેળામાં બે વર્ષ બાદ માનવ મહેરામણ ઉમટ્યુ
PM મોદી માતા હીરાબાના ખબર અંતર પૂછવા હોસ્પિટલ પહોંચ્યા #PMModi #Hiraba #unmehtahospital
PM મોદી માતા હીરાબાના ખબર અંતર પૂછવા હોસ્પિટલ પહોંચ્યા #PMModi #Hiraba #unmehtahospital
ডিমৌ আমলাগুৰি চাহ বাগিচাত বিনামুলীয়া চাউলৰ পৰা বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ।
আমলা গুৰি চাহ বাগিচাত বিনামুলীয়া চাউলৰ পৰা।বঞ্চিত হিতাধিকাৰী শ্ৰমিক সকলে আজি উত্তাল প্ৰতিবাদ...