ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ উদ্যোগত অহা ২৪ জানুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন,প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,স্মৃতি তৰ্পণ,প্ৰাক্তন ছাত্ৰছাত্ৰীৰ পঞ্জীয়ন,প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ,দুপৰীয়া প্ৰীতি ভোজন,আবেলি মুকলি সভা,মুকলি সভাত কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব৷ইয়াৰোপৰি মুকলি সভাতে জনপ্ৰিয় কণ্ঠ শিল্পী দীপান্বিতা ডেকাই ও অংশগ্ৰহণ কৰিব৷অনুষ্ঠান প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি কিশোৰ কুমাৰ গোস্বামী আৰু মুখ্য সম্পাদক ভৱজ্যোতি ডেকাই সকলো প্ৰাক্তন শিক্ষাৰ্থী আৰু হিতাকাংক্ষীকে উপস্থিত থাকিবলৈ অনুৰোধ কৰিছে৷৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડાપ્રધાન મોદીનું ફરીથી ગુજરાતમાં આગમન, જાણો રાજ્યને શું ફાયદો થશે ?@Sandesh News
વડાપ્રધાન મોદીનું ફરીથી ગુજરાતમાં આગમન, જાણો રાજ્યને શું ફાયદો થશે ?@Sandesh News
દેવભૂમિ દ્વારકા જિલ્લાના ટાપુઓ પર પુર્વ મંજુરી વિના પ્રવેશ પર પ્રતિબંધ
દેવભૂમિ દ્વારકા જિલ્લાના ટાપુઓ પર પુર્વ મંજુરી વિના પ્રવેશ પર પ્રતિબંધ
বামুণবাৰী চাৰিআলিৰ দোকানত চুৰি কাণ্ড ।
বামুণবাৰী চাৰিআলিৰ দোকানত চুৰি কাণ্ড । নিশা ধোদৰ আলিৰ কাষত থকা দোকানৰ বেৰ ভাঙি সামগ্ৰী চুৰি কৰে
#GirSomnath | ગીર ગઢડા જામવાળા રોડ પર રાત્રિના મારણ કરતા સિંહો | Divyang News
#GirSomnath | ગીર ગઢડા જામવાળા રોડ પર રાત્રિના મારણ કરતા સિંહો | Divyang News