অতিতৰ হেৰাই যোৱা খেলৰ ভিতৰত নাওঁখেলো অন্যতম অসমীয়া ৰাইজৰ মাজত এক জনপ্ৰিয় খেল । নাজিৰাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত তথা নাজিৰাবাসীৰ সহযোগত শিল্পী দিৱস উদ্যাপন কৰা হয় । আয়োজিত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰাইজমণি নাওঁখেল প্ৰতিযোগিতা। অনুষ্ঠানটিত উপস্থিত থাকে ময়ুৰ বৰগোঢ়াই, আব্দুৰ ৰহমান, নুমলী দাস, সত্যজিৎ কৰ, তথা স্থানীয় ward member সকলকে প্ৰমূখ্য কৰি আৰু বহুজন ব্যক্তি। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু কেইবাটাও সাংস্কৃতিক কাৰ্য্যসূচী। অতিতৰ হেৰাই যোৱা খেলৰ ভিতৰত নাওঁখেলো অন্যতম অসমীয়া ৰাইজৰ মাজত এক জনপ্ৰিয় খেল। সেইয়েই আজি নাজিৰাৰ দিখৌ নদীত অনুষ্ঠিত কৰা নাওঁখেল চাবলৈ ৰাইজৰ মাজত পাৰভঙা উৎসাহ দেখিবলৈ পোৱা গ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিমাকুছিৰ ওৰঙ্গাজুলি চাহ বাগিচাত বন্যহস্তিৰ আক্ৰমণ জৈনক ৰাজু নামৰ লোকজনক
ডিমাকুছিৰ ওৰঙ্গাজুলি চাহ বাগিচাত বন্যহস্তিৰ আক্ৰমণ জৈনক ৰাজু নামৰ লোকজনক
ৰমজানৰ ৰোজা
------🌺ৰমজানৰ ৰোজা🌺------ তথ্য সংগ্ৰহ সামাজিক মাধ্যমৰ পৰা মিনু হাজৰিকাৰএই মাহটো সমগ্ৰ বিশ্বৰ...
Rajasthan New CM Updates: बैठक से पहले विधायकों से मिले Rajnath Singh | Balaknath | Vasundhara Raje
Rajasthan New CM Updates: बैठक से पहले विधायकों से मिले Rajnath Singh | Balaknath | Vasundhara Raje
ધ્રોલ ભૂચરમોરી ખાતે રચાયો ઇતિહાસ@Mahir kalam News
ધ્રોલ ભૂચરમોરી ખાતે રચાયો ઇતિહાસ@Mahir kalam News
প্ৰাক্তন আছু নেতা বিৰিঞ্চী ভূঞা ৰ বিয়োগ,শোকস্তবদ্ধ ৰহা।
বিভিন্ন দল সংগঠনৰ গভীৰ শোক প্ৰকাশ।
ৰহা মোলানকটা নিবাসী প্ৰাক্তন আছু নেতা,অসম আন্দোলনৰ সক্ৰিয় কৰ্মী বিৰিঞ্চি কুমাৰ ভূঞা ৰ আজি বিয়লী...