২০০ মিটাৰত সপোন সাৰ্থক নহল ধিং এক্সপ্ৰেছ হিমা দাসৰ । ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ো ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে অসম কন্যা হিমাই। এতিয়া আশা ৪×১০০ মিটাৰ। ৭ আগষ্টত আছে খেল।