আজি মাঘমাহৰ পহিলা দিন৷অইন বছৰৰ দৰে এইবেলিও নলবাৰী জিলাৰ বাহাৰঘাট শ্ৰীশ্ৰী গৰখীয়া থানত ৪৪তম বাৰ্ষিক উৎসৱ উদযাপন কৰে৷তদুপলক্ষে পূৱা গৰখীয়া থানৰ পতাকা উত্তোলন,গছপুলি ৰোপণ,বাৰগোপাল বৰণ,দুপৰীয়া পুস্পাঞ্জলি,ৰাজহুৱা ভোগ বিতৰণৰ মাজতে আমন্ত্ৰিত পাঠকৰ নাগাৰা নাম প্ৰদৰ্শন,সন্ধিয়া বন্তি প্ৰজ্বলন,টোপধ্বনি আদি কাৰ্য্যসূচী অনুষ্ঠিত কৰে৷উল্লেখ্য যে ঐতিহ্যমণ্ডিত উক্ত থানখনৰ বাৰ্ষিক উৎসৱত এইবেলি যথেষ্ট সংখ্যাক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷পূৱাৰে পৰা ধুপধুনা,চাকিবন্তি জ্বলাই প্ৰভু বাৰগোপালৰ আশীৰ্বাদ লৱলৈ হেতাওপৰা লগোৱা দেখা যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા નગરપાલિકાના નવનિયુક્ત મહિલા પ્રમુખ શ્રી સંગીતા બેન દવે ના વરદહસ્તે પાંચ નવા ટ્રેક્ટર ના શુભ મુહૂર્ત
ડીસા શહેર નગરપાલિકા ના નવનિયુક્ત મહિલા પ્રમુખ શ્રી સંગીતા બેન પ્રકાશ ભાઈ દવે દ્વારા
પાંચ નવા...
પાલનપુર માં અલ્પેશ ઠાકોર નું નિવેદન,પક્ષ નક્કી કરશે તે બેઠક પરથી ચૂંટણી લડીશ
પાલનપુર માં અલ્પેશ ઠાકોર નું નિવેદન,પક્ષ નક્કી કરશે તે બેઠક પરથી ચૂંટણી લડીશ
Countdown for AAP begins in Punjab: Chugh
Delhi fake model of scams has exposed Kejriwal: Chugh
BJP national general secretary Tarun Chugh...
सहकारी समिति पर उमड़ी किसानों की भीड़, यूरिया और डीएपी की वितरण शुरू
ब्यावर के किसान अपने खेतों में खरीफ की फसल की बुवाई में जुट गए है. साथ ही स्थानीय...