ভাৰতীয় ষ্টেট বেংকৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি শাখাস্থিত চৌহদত আজি সন্ধিয়া প্ৰায় ৫-৪০ বজাত আকস্মিকভাৱে এক অগ্নিকাণ্ড সংঘটিত হয় । খৱৰমতে,চৌহদটোৰ নীডছ টেকনিকেল ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানস্থিত কোঠাৰ পৰা বাহিৰলৈ ধোৱা নিৰ্গত হোৱা প্ৰত্যক্ষ হয় স্থানীয় একাংশ লোকৰ । ইয়াৰ পিছত খৱৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলায় । অৱশ্যে সন্ধিয়া ৬-৩০ মান বজালৈ অগ্নি সম্পূৰ্ণৰূপে নিৰ্বাপন নোহোৱাৰ লগতে অগ্নিকাণ্ডৰো সঠিক কাৰণো জানিৱ পৰা নাই । অৱশ্যে,শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে । উল্লেখ্য, এই নীডছ টেকনিকেল ইনষ্টিটিউটটোত দক্ষ ভাৰত অভিযানৰ অধীনত অসম দক্ষতা বিকাশ অভিযানৰ এটি প্ৰশিক্ষণ কেন্দ্ৰ চলি আছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka: रेत ले जा रहे माफिया के ट्रक ने पुलिस कॉन्सटेबल को कुचला, मंत्री प्रियांक खड़गे ने दिए जांच के आदेश
कर्नाटक के कालाबुरगी जिले में गुरुवार शाम अवैध रूप से रेत ले जा रहे एक ट्रक ने एक पुलिस...
নলবাৰীত বৰদৈচিলা থিয়েটাৰ এই বৰ্ষৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন কৰিলে অভিনেতা যতীন বৰাই
বৰদৈচিলা থিয়েটাৰ চলিত বৰ্ষৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন।নলবাৰীৰ পানীগাঁও আদৰ্শ বিদ্যাপীঠ...
Tech Mahindra Falls By 15% In A Month| खराब नतीजों के बाद भी क्यों दी जा रही है ऐसी सलाह? |Axis Bank
Tech Mahindra Falls By 15% In A Month| खराब नतीजों के बाद भी क्यों दी जा रही है ऐसी सलाह? |Axis Bank
અસુરાવાવ બિરસા મુંડા સર્કલ ખાતે ખંડિત બિરસા મુંડાની પ્રતિમાને સ્થાને નવી પ્રતિમા ની સ્થાપના કરાય
અસુરાવાવ બિરસા મુંડા સર્કલ ખાતે ખંડિત બિરસા મુંડાની પ્રતિમાને સ્થાને નવી પ્રતિમા ની સ્થાપના કરાય...