লক্ষীমপুৰ জিলাতো উদযাপন কৰা হৈছে মাতৃ দুগ্ধ সপ্তাহ । সেই উপলক্ষেই শুক্ৰবাৰে জিলা খনৰ বধাকৰাত উলিওৱা হয় এক সজাগতা ৰেলি । লক্ষীমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বগিনদী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত উলিওৱা হয় এই সজাগতা ৰেলি । অংশগ্ৰহণ কৰে স্বাস্থ্যকৰ্মী, অংগনবাদী কৰ্মী স্থানীয় মহিলা আৰু কণ কণ শিশু সকলে । মূলত শিশু সকলৰ ক্ষেত্ৰত এগৰাকী মাতৃয়ে লব লগা যতনৰ ওপৰতেই উলিওৱা হয় এই ৰেলি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Uttarakhand की कैबिनेट मंत्री ने दर्ज करवाई शिकायत, धोखाधड़ी के खिलाफ दर्ज की FIR
Breaking News: Uttarakhand की कैबिनेट मंत्री ने दर्ज करवाई शिकायत, धोखाधड़ी के खिलाफ दर्ज की FIR
বিটি চিৰ ই এম দিগন্ত বৰুৱা উপস্থিত কলাইগাও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
গুন উৎসব উপলক্ষে কলাইগাও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত ই এম দিগন্ত বৰুৱা
प्राकृतिक खेती पर जागरूकता कार्यक्रम हुआ संपन्न
कृषि विज्ञान केन्द्र, श्योपुरिया बावड़ी पर प्राकृतिक खेती पर जागरूकता कार्यक्रम उद्योगिनी संस्था...
આંકલાવ પાલીકા વિસ્તારમાં પ્લાસ્ટિક મુક્ત અભિયાન ચલાવામાં આવ્યું
આંકલાવ પાલીકા વિસ્તારમાં પ્લાસ્ટિક મુક્ત અભિયાન ચલાવામાં આવ્યું
NEC AND IIM CALCUTTA INNOVATION PARK LAUNCH NEEDP FOR NE INDIA STARTUPS
Shillong: The North Eastern Council, in collaboration with B-School Incubator IIM Calcutta...