সাহস আৰু আত্ম বলিদানৰ অনুপম নিদৰ্শন আলাবৈ ৰণ। অসমৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা ১৬৬৯ চনৰ ৫ আগষ্টৰ এই দিনটোতেই মোগলক পৰাভূত কৰি অসমক ৰক্ষা কৰাৰ বাবে একে দিনাই প্ৰাণ বলিদান দিছিল ১০ হাজাৰ অসমীয়া সেনাই। এই দহ হাজাৰ অসমীয়া শ্বহীদ সৈনিকক আজি মৰাণৰ ট্ৰেফিক তিনিআলিত টাইপা মৰাণ আঞ্চলিকৰ উদ্যোগত জনোৱা হয় শ্ৰদ্ধাঞ্জলী। এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে টাইপাৰ মৰাণ আঞ্চলিকৰ সদস্য আৰু স্থানীয় লোকসকল উপস্থিত থাকি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कौन हैं दिल्ली के नए मेयर खींची? मिलेंगी खास सुविधाएं, विधानसभा चुनाव से पहले मिला ताज, पर चुनौतियां अपार
आप पार्षद महेश कुमार नए महापौर बन गए हैं। उन्होंने चुनाव के बाद ही अपना कार्यभार संभाल लिया। निगम...
ડીસા માર્કેટયાર્ડમાં ટેકાના ભાવે બાજરી વેચવા માટે ખેડૂતોની લાંબી કતાર લાગી
ડીસા માર્કેટયાર્ડમાં ટેકાના ભાવે બાજરી વેચવા માટે ખેડૂતોની લાંબી કતાર લાગી
विरात्रा ट्रस्ट ने भूंगरा गैस पीड़ितों को दी पांच लाख की सहायता
बाड़मेर जिले के सबसे बड़े शक्तिपीठ चौहटन इलाके के नजदीकी वांकल धाम विरात्रा माताजी मंदिर ट्रस्ट...
ড্ৰাগচৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান
বটদ্ৰবা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰি...
এনডিএৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত দ্ৰোপদী মুৰ্মুৰ উত্তৰ-পূব ভ্ৰমণ
এনডিএৰ ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুয়ে সমৰ্থন বিচাৰি উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণ...