প্ৰায় ডেৰ মাহৰ অন্তত আপোন ঘৰত ভৰি দিলে প্ৰণিতা চুতীয়াই। আলফা স্বাধীনক সমৰ্থন কৰি বিগত ডেৰমাহ ধৰি শিৱসাগৰ জিলা কাৰাগাৰৰ বন্ধ কুঠৰীত আৱদ্ধ হৈ আছিল প্ৰণিতাই। ডেৰমাহৰ পিছত মাকৰ হাতেৰে গ্ৰহণ কৰিলে আহাৰ । এটি আবেগিক পৰিৱেশ। ব্যক্ত কৰিলে মনৰ অনুভৱ।