আজিৰ খবৰ, গোৱালপাৰা, ১৯ জুলাই, ২০২২ : অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন নতুন প্ৰতিভা সন্ধানৰ উদ্দেশ্যৰে অসম অলিম্পিক সন্থাই অসম চৰকাৰৰ সহযোগত অহা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত যুৱ অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব । সেয়ে উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসম অলিম্পিক সন্থাই প্ৰতিখন ক্ৰীড়া জিলাৰ সহযোগত প্ৰতিখন জিলাতে অলিম্পিক শিখালৈ সামূহিক দৌৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । আজি অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম ননিছাই অলিম্পিক শিখালৈ গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে গোৱালপাৰা ক্ৰীড়া সন্থাৰ সহযোগত অলিম্পিক শিখালৈ সামূহিক দৌৰ অনুষ্ঠিত হয় । গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কুমাৰ কোঁৱৰ অতিথি হিচাপে উপস্থিত থাকি সামূহিক দৌৰৰ শুভাৰম্ভ কৰে । কাৰ্যসূচীটোত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন দাস আৰু সাধাৰণ সম্পাদক ৰত্ন দাসৰ লগতে আন আন বিষয়ববীয়া সকল উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદર ખાતે યુથ હોસ્ટેલ એસોસિએશન ઓફ ઇન્ડિયા દ્વારા બગવદર સુધીનો સાયકલીંગ કેમ્પ યોજાયો
પોરબંદર ખાતે યુથ હોસ્ટેલ એસોસિએશન ઓફ ઇન્ડિયા દ્વારા બગવદર સુધીનો સાયકલીંગ કેમ્પ યોજાયો
स्काउट जिला परिषद का द्वितीय वार्षिक अधिवेशन होटल शगुन में आयोजित किया गया।
राजस्थान राज्य भारत स्काउट गाइड जिला मुख्यालय बूंदी के तत्वाधान में आयोजित स्काउट जिला परिषद का...
થરાદ ની ખોડા ચેકપોસ્ટ ઉપર એમડી ડ્રગ્સ સાથે એકની અટકાયત..
થરાદ ની ખોડા ચેકપોસ્ટ ઉપર એમડી ડ્રગ્સ સાથે એકની અટકાયત..
( બ્યુરો રિપોર્ટ નીરજ બોરાણા...
બાબરાના રાયપર ખાતે વિરારામ બાપાના આશ્રમ ખાતે મુખ્યમંત્રી આવ્યા
બાબરાના રાયપર ખાતે વિરારામ બાપાના આશ્રમ ખાતે મુખ્યમંત્રી આવ્યા
हरियाणा में कांग्रेस सरकार बनी तो CM कौन होगा?:खड़गे बोले- जो काम करता है, उसे कुर्सी मिल जाती है
हरियाणा चुनाव के बीच कांग्रेस में CM कुर्सी को लेकर मची खींचतान पर पार्टी के राष्ट्रीय अध्यक्ष...