অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত যোৰহটীয়া গাঁৱৰ নৰহৰি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ ৩২ সংখ্যক ৰাজ্যিক অধিৱেশন ৷ সেই উপলক্ষে আজি ক্ষেত্ৰখনত ভকতবৈষ্ণৱৰ উপস্থিতিত লাইখুঁটা স্থাপন কাৰ্য সম্পন্ন হয় ৷ নৰহৰি সমন্বয় ক্ষেত্ৰত পুৱা অস্থায়ী নামঘৰত আসন প্ৰতিষ্ঠা লগতে হৰিনাম গুণানুকীৰ্তন কৰাৰ অন্তত ভকত বৈষ্ণৱসকলে হৰিনামেৰে মুখৰিত কৰি তোলে ৷ ভকত অনন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সেৱক সমাজৰ প্ৰাক্তন পদাধিকাৰ তথা বৈষ্ণৱ পন্ডিত অসম কুমাৰ নৱ ব্যক্তি ৰ উপৰিও পদাধিকাৰ নৰেন্দ্ৰ গগৈ , উপ-পদাধিকাৰ বদন বৰাৰ লগতে প্ৰধান সম্পাদক টংকেশ্বৰ বৰাৰ উপস্থিতিত সহস্ৰাধিক ভকতৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয় ৷ অনুষ্ঠানত গায়ন বায়ন পৰিৱেশনৰ লগতে গুৰুঘাট পৰিৱেশন আৰু আয়তীসকলে হৰিনামেৰে মুখৰিত কৰি তোলে ৷ লাইখুঁটা স্থাপনৰ অন্তত পদাধিকাৰ নৰেন্দ্ৰ গগৈ আৰু বৈষ্ণৱ পন্ডিত অসম কুমাৰ নৱ ব্যক্তিয়ে ভকতক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে মাৰ্কদশন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पश्चिम रेलवे के अहमदाबाद मंडल पर 77वां स्वतंत्रता दिवस समारोह उत्साहपूर्वक मनाया गया, वंदे मातरम्
पश्चिम रेलवे के अहमदाबाद मंडल पर 77वां स्वतंत्रता दिवस समारोह उत्साहपूर्वक मनाया गया, वंदे मातरम्
સુરત શહેરમાં રમતઉત્સવ ને પ્રોત્સાહન આપવાં માટે રમત ઉત્સવનો સમાપન સમારોહ યોજાશેગુજરાતનાં 6 શહેરોમાં
સુરત શહેરમાં રમતઉત્સવ ને પ્રોત્સાહન આપવાં માટે રમત ઉત્સવનો સમાપન સમારોહ યોજાશેગુજરાતનાં 6 શહેરોમાં
મુંદરા તાલુકાની તમામ નદીઓ પર જળસંચયના પ્રોજેક્ટ હાથ ધરાશે
ભચાઉ અને વોંધના ચેરિયા વિસ્તારમાં વન અધિકાર કાયદો 2006 અને એનજીટીના ચુકાદાના ઉલ્લંઘન અંગે કચ્છ...
14 ऑक्टोबरला जिल्हा नियोजन समितीची बैठक
रत्नागिरी : शुक्रवार 14 ऑक्टोबर 2022 रोजी सकाळी 11.00 वाजता अल्पबचत सभागृह, जिल्हाधिकारी कार्यालय...
Share Market Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline
Share Market Today | Portfolio Tips: अपने Portfolio पर आपको कितना है भरोसा? | Traders Hotline