নাজিৰাৰ আমোলাপট্টিৰ সীমান্ত দাস আৰু বৰ্ণালী দাসৰ কন্যা পয়োনিধি দাসে অনুৰ্দ্ধ ১৫ মহিলা ক্ৰিকেটৰ অসম দলত উপ - অধিনায়ক তথা উইকেটকীপাৰ হিচাপে নিৰ্বাচিত হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাজিৰালৈ ৷ নাজিৰা ক্ৰিকেট একাডেমিত সৰুৰে পৰা অনুশীলন কৰি পাছত গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰা পয়োনিধি অসম দলত নিৰ্বাচিত হোৱা প্ৰথম খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে খেলুৱৈ গৰাকীৰ লগতে নাজিৰাবাসী ৷নাজিৰা ক্ৰিকেট একাডেমিৰ লগতে নাজিৰাৰ দল সংগঠনে পয়োনিধিয়ে উন্নত খেল প্ৰদৰ্শন কৰি নাজিৰাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত অভিনন্দন জনাইছে ৷ ভৱিষ্যতে ভাৰত মহিলা ক্ৰিকেট দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে বুলি ব্যক্ত কৰে পয়োনিধি দাসে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મધ્યપ્રદેશમાં ડેમ તૂટવાની ધમકી વચ્ચે ગામલોકો ઘરે પરત ફર્યા
મધ્યપ્રદેશના ધારના કરમ ડેમમાં લીકેજ ચાલુ છે. આશંકા છે કે જો આ લીકેજને સમયસર રોકવામાં નહીં આવે તો...
MP में अब Scrub Typhus की दस्तक | स्वास्थ्य विभाग ने प्रदेश के सभी जिलों को किया अलर्ट | MP News
MP में अब Scrub Typhus की दस्तक | स्वास्थ्य विभाग ने प्रदेश के सभी जिलों को किया अलर्ट | MP News
પોરબંદર જિલ્લામાં મેગા ડીમોલેશન ના પગલે લઘુમતી સમાજ ના ટોળા એકઠા થયા : જીલ્લાના ૮ સ્થળોએ ડીમોલેશનની કાર્યવાહી
પોરબંદર જિલ્લામાં મેગા ડિમોલેશન હાથ ધરાયું દરિયાઇ પટ્ટી વિસ્તારમાં આવેલા ગામોમાં હાથ ધરાઇ...