শোণিতপুৰৰ বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ঙংকৰ পথ দূঘ'টনা ।তেজপুৰৰ পৰা আহি থকা এ এচ ১২ জেদ ৫১৭১নম্বৰৰ চুইফট ডিজেয়াৰ আৰু বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এ এত ১২- ডি ০৯৩৯নম্বৰৰ ট্ৰাকৰ সৈতে বালিপৰাৰ অভাৰ ব্ৰীজৰ মীপত হোৱা মুখা -মুখি সংঘষ'ফলত দুয়োখন গাড়ী পথৰ দুয়োপাৰে বাগৰি পৰে ।এই দূঘ'টনাত চুইফট ডিজেয়াৰৰ চালক অন্দেশ্বৰ পাৱ (৪০) আহত হয় ।আহত পাৱক প্ৰথমে বালিপৰাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાલોલ નગર ખાતે આજે યોજાનારા ઈદ-એ-મિલાદના ભવ્ય જુલુસને અનુલક્ષીને પોલીસ સજજ.
હાલોલ નગર ખાતે આજે શુક્રવારના ઇસ્લામ ધર્મના સ્થાપક અને મુસ્લિમોના મહાન પેગંબર હજરત મોહમ્મદ...
Gold Rate Today: नए Record High पर गोल्ड, MCX पर ₹65513 तक पहुंचे दाम, अब क्या करें निवेशक?
Gold Rate Today: नए Record High पर गोल्ड, MCX पर ₹65513 तक पहुंचे दाम, अब क्या करें निवेशक?
समता नगर महाबुजी नगर येथील रहिवाशांचा विचार करणाऱ्या मुख्य रस्ता बंद केल्याबद्दल
वसमत शहरातल्या समता नगर महाबुधी नगर येथील रहिवाशांचा इजा करणाऱ्या मुख्य रस्ता बंद केल्यामुळे...
ড্ৰাগছ আসক্ত পুত্ৰই দুবাৰকৈ মাতৃক ধৰ্ষণ;
আদালতে বিহীলে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি
শেহতীয়াকৈ চাৰি বছৰ পূৰ্বে নিজৰ মাতৃক দুবাৰকৈ পৃথকে পৃথকে ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা...
#Agra अब दुकानों पर नहीं मिलेगी सेना की वर्दी, बेचने वाले पर होगी कार्रवाई
#Agra अब दुकानों पर नहीं मिलेगी सेना की वर्दी, बेचने वाले पर होगी कार्रवाई