শোণিতপুৰৰ বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ঙংকৰ পথ দূঘ'টনা ।তেজপুৰৰ পৰা আহি থকা এ এচ ১২ জেদ ৫১৭১নম্বৰৰ চুইফট ডিজেয়াৰ আৰু বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এ এত ১২- ডি ০৯৩৯নম্বৰৰ ট্ৰাকৰ সৈতে বালিপৰাৰ অভাৰ ব্ৰীজৰ মীপত হোৱা মুখা -মুখি সংঘষ'ফলত দুয়োখন গাড়ী পথৰ দুয়োপাৰে বাগৰি পৰে ।এই দূঘ'টনাত চুইফট ডিজেয়াৰৰ চালক অন্দেশ্বৰ পাৱ (৪০) আহত হয় ।আহত পাৱক প্ৰথমে বালিপৰাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডুমডুমাৰ বাদলাভেটাত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৰূপাই ফৰেষ্ট কলনিৰ নিবাসী কমল কলিতা
ডুমডুমাৰ বাদলাভেটাত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৰূপাই ফৰেষ্ট কলনিৰ নিবাসী কমল কলিতা(৩৩)নামৰ এগৰাকী যুৱক
ભિલોડા તાલુકાના વાંકાનેર પ્રાથમિક આરોગ્ય કેન્દ્ર ખાતે"આયુષમાન ભવઃ"કાર્યક્રમ અંતર્ગત"હેલ્થ મેળા"નું
ભિલોડા તાલુકાના વાંકાનેર પ્રાથમિક આરોગ્ય કેન્દ્ર ખાતે"આયુષમાન ભવઃ"કાર્યક્રમ અંતર્ગત"હેલ્થ મેળા"નું
પોરબંદર જિલ્લા ની સરકારી શાળા ને કેમ લાગ્યા તાળા #porbandar #news #gujaratnews #teacher
પોરબંદર જિલ્લા ની સરકારી શાળા ને કેમ લાગ્યા તાળા #porbandar #news #gujaratnews #teacher
થરાદ વિધાનસભામાં ભ્રામક પ્રચારથી હાર ભાળી ગયેલાઓના હવાતિયાં...
આવાજ ન્યુઝ 24×7
આર.એચ.રાજપૂત(વાવ) 04/12/2022
ગતરાત્રીએ પૂર્વનીયોજીત...
Maharashtra Politics: क्या राज ठाकरे और उद्धव आने वाले हैं साथ? संजय राउत के बयान से लगने लगे कयास
Maharashtra Politics एनसीपी से अजित पवार की बगावत के बाद से महाराष्ट्र की राजनीति में हलचल...