বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত লৰমাবটাঁকুছি ও ছমাৰকুছি যুৱ মঞ্চৰ সৌজন্যত লৰমাবটাঁকুছি চকত অহা ২১ আৰু ২২ জানুৱাৰীত প্ৰয়াত মিৰ হুছেইন চৌধুৰী সোঁৱৰণী টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷খেলৰ প্ৰথম পুৰস্কাৰ ৩০০০১/=টকা আৰু দ্বিতীয় পুৰস্কাৰ ২০০০১/=টকা৷ভৰ্তি মাছুল ১৫০১/= টকা৷ইচ্ছুক দলক ৬০০০২০৯৬০০ আৰু ৯১০১৭১৪৮৮৯ ফোন নংত যোগাযোগ কৰিবলৈ খেল পৰিচালনা সমিতিয়ে আহ্বান জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરતના વાંકાનેડા ગામના રેલ્વે ફાટક પાસેથી એક વ્યક્તિનો મૃતદેહ મળી આવ્યો.
પલસાણા તાલુકાનાં વાંકાનેડા ગામની સીમમાં આવેલ રેલ્વે ટ્રેકના થાંભલા નં. 9/24 થી 26 ના થાંભલા પાસે...
হোজাইত ড্ৰাগছ সহ দুই যুৱকক আটক
হোজাইত ড্ৰাগছ সহ দুই যুৱক ধৃত ।হোজাই আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ধৃত যুৱক দুটা হৈছে অমন খান...
भाजपा से टिकट नहीं मिला तो फूट-फूटकर रोने लगे:6 प्रत्याशियों की लिस्ट के बाद 3 सीटों पर बगावत
बीजेपी ने उपचुनाव के लिए 7 में से 6 सीटों पर शनिवार रात को अपने प्रत्याशी घोषित कर दिए हैं।...