নাজিৰাত সাহিত্যিক, সাংস্কৃতিক কৰ্মী পদ্মশ্ৰী এলি আহমেদক অসম কোম্পানী নাজিৰা লৰা প্ৰাইমেৰী বিদ্যালয়ৰ শতবাৰ্ষিকী সমিতিৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়‌