শিমলুগুৰিৰ চিত্ৰশিল্পী মাম্পী সিঙলৈ অজন্তা- ইলোৰা আন্তঃৰাষ্ট্ৰীয় আৰ্ট গেলাৰীৰ ভাৰতীয় কলা ৰত্ন আৰ্ট এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰে ।