মুম্বাইত অনুষ্ঠিত হোৱা Royal Diva World প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইষা ঘোষে। আজি সুভাষ কলনী স্থিত বাসগৃহত সম্বৰ্ধনা জনাই স্থানীয় ৰাইজে। অলপতে মুম্বাইত Kashyap Entertainment Groups য়ে আয়োজন কৰা Royal Diva World প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Royal Teen Diva World খিতাপ অৰ্জন কৰিবলৈ সক্ষম গোলাঘাটৰ সুভাষ কলনী ৰতন ঘোষ আৰু ৰেখা ঘোষৰ কণ্যা ইষা ঘোষে। আজি গোলাঘাট উপস্থিত হোৱাৰ লগে-লগে সুভাষ কলনী অঞ্চলৰ গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই উদিয়মান মডেল গৰাকীক। ইয়াৰ লগতে অনাগত দিনত নিজৰ কৰ্মত অধিক মনোযোগ দি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা অব্যাহত থাকিব বুলি আশাবাদী অঞ্চলটোৰ ৰাইজৰ। উল্লেখযোগ্য ইষা ঘোষে ইয়াৰ পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ হোৱাৰ লগতে অনাগত দিনত থাইলেণ্ডত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ বাবে নিমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী স্কুল ফুটবল দলৰ সাফল্য
সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী স্কুল ফুটবল দলৰ সাফল্য।
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ...
કરજણ જુના બજાર વલી નગરીમાં ગરબા ખેલૈયાઓને ધારાસભ્ય હસ્તે ઈનામ વિતરણ કરાયું.
કરજણ જુના બજાર વલી નગરીમાં ગરબા ખેલૈયાઓને ધારાસભ્ય હસ્તે ઈનામ વિતરણ કરાયું.
মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত দুবছৰীয়া টাই ভাষাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন
মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত চলিত বৰ্ষৰ পৰা দুবছৰীয়া টাই ভাষা পাঠ্যক্ৰম প্ৰৱৰ্তন...
Asian Games में भारतीय एथलीट्स का जलवा बरकरार, देखें देश-दुनिया की बड़ी खबरें
Asian Games में भारतीय एथलीट्स का जलवा बरकरार, देखें देश-दुनिया की बड़ी खबरें