মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ জয়ন্ত শৰ্মা নামৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি জনে অন্য সম্প্ৰদায়ৰ নিবেদিতা বৰকাকতি নামৰ মহিলা গৰাকীক বিয়া কৰাইছিল আজিৰ পৰা ২৭ বছৰৰ পূৰ্বে । আৰু সেয়াই যেন অপৰাধ আছিল জয়ন্তৰ । তাৰ পিছতে সেই অঞ্চলৰ ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰিলে এই পৰিয়াল টোক । তেখেত সকলৰ দুই সন্তানো এতিয়া ডাঙৰ হল ।আৰু সুদীৰ্ঘ ২৭ টাকৈ বছৰ ধৰি এনেদৰে সমাজ অবিহনে দিন কটাইছে এই পৰিয়ালটোৱে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BGMI A7 Royal Pass: रिलीज डेट, रिवॉर्ड से लेकर प्राइस तक, रॉयल पास की डिटेल आई सामने
अगर आप BGMI गेम के शौकीन है तो आपके लिए हम एक जरूरी जानकारी सामने लेकर आए है जिससे पता चला है कि...
शिशु को रोटावायरस से बचा सकते हैं ब्रेस्ट मिल्क में मौजूद एंटीबॉडी, जरूर करवाएं बच्चे को स्तनपान
शिशु के लिए मां का दूध अमृत के सामान माना जाता है। बच्चा अपने शरीर के लिए आवश्यक पोषक तत्वों को...
दिल्ली के शिक्षक ने 5वीं की छात्रा पर पेपर कटर से किया वार, पहली मंजिल से नीचे फेंका
दिल्ली के एक प्राइमरी स्कूल के शिक्षक ने दरिंदगी की हदें पार कर दीं. एमसीडी की दो महिला शिक्षकों...
শিৱসাগৰ ছোৱালী কলেজৰ হীৰকজয়ন্তী ৰ উদ্যাপনৰ সামৰণি অনুষ্ঠান।
১৯৬৪ চনত শিৱসাগৰত ছোৱালীৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বিশিষ্ট আইনবিদ প্ৰয়াত তোষেশ্বৰ দত্তৰ...