চৰাইদেউ জিলাৰ মৰাণহাটত টাই অধ্যয়ণ আৰু গৱেষণা প্ৰতিষ্ঠানত আজিৰ পৰা গৱেষণা পদ্ধতিৰ ওপৰত সাত দিনীয়া এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্মশালা আৰম্ভ হৈছে। প্ৰতিষ্ঠানটোৰ সঞ্চালক ড°গিৰীণ ফুকনে সঞ্চালনা কৰা কৰ্মশালাখনি উদ্বোধন কৰে মাজুলীৰ সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই। মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰীমা কটকীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ড°গিৰীণ ফুকনৰ সম্পাদিত গ্ৰন্থ "টাই ভাষাৰ সাহিত্যৰ জিলিঙণি" উন্মোচন কৰে ড° নিৰোদ বৰুৱাই। অনুষ্ঠানত শ্বিলং স্থিত উত্তৰ পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ ঠাকুৰ , ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ডলী ফূকনে বক্তব্য ৰাখে। উল্লেখযোগ্য যে এই সাত দিনীয়া কৰ্মশালাত দেশৰ বিভিন্ন মহাবিদ্যালয় , বিশ্ববিদ্যালয়ৰ মুঠ একাৱন্ন গৰাকী অধ্যাপক -অধ্যাপিকাৰ লগতে গৱেষণাৰত ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা পত্ৰ পাঠ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত অন্তৰ্ভুক্ত সৰ্বানন্দ সোণোৱাল
গুৱাহাটী,১৭ আগষ্টঃ নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। দলৰ সৰ্বোচ্চ সিদ্ধান্ত...
ખાંભા તાલુકાના નવા માલકનેશ ગામે વીજળી પડતાં ગાયનું મોત
આજ રોજ તા.10/09/2022ના ભારે ગરમીના ઉકળાટ બાદ અચાનક ગાજવીજ સાથે એક થી દોઢ ઇંચ જેટલો વરસાદ ખાબક્યો...
ડીસા 13 વિધાનસભાના અપક્ષ ઉમેદવારનું ભોયણ ગામે ભવ્ય સ્વાગત કરાયું..
ડીસા 13 વિધાનસભાના અપક્ષ ઉમેદવારનું ભોયણ ગામે ભવ્ય સ્વાગત કરાયું..
शहीद नगर के अशफाक उल्लाह पार्क के आसपास मनचले युवकों का आतंक, परेशान कॉलोनीवासियों में भय का माहौल
आगरा: थाना सदर बाजार के शहीद नगर क्षेत्र में स्थित अशफाक उल्लाह पार्क में मनचले युवकों के आतंक से...