দেউৰী জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ আজি ১৭ সংখ্যক মৃত্যু তিথি ৷ সদৌ দেউৰী ছাত্ৰ সন্থা আৰু লীলাকান্ত দেউৰী স্মৃতি ন্যাসৰ যৌথ উদ্যোগত নাৰায়ণপুৰৰ দেউৰী জনগোষ্ঠীয় ৰাইজে আজিৰ দিনটো ভুমিপুত্ৰ অধিকাৰ দিৱস ৰুপে পালন কৰি আহিছে ৷ দেউৰী জাতি আৰু স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰনে বলিদান দিয়া জাতীয় শ্বহীদ গৰাকীৰ মৃত্যু তিথিটো ভুমিপুত্ৰ অধিকাৰ দিৱস ৰুপে আজি নাৰায়ণপুৰৰ দেউৰী ৰাজহুৱা পুঁথিভৰালত দিনযোৰা কাৰ্যসুচীৰে পালন কৰা হৈছে ৷ পুৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ প্ৰতিমূৰ্তি বন্তি প্ৰজ্বলন আৰু মাল্যপৰ্ণ কৰে পত্নী তথা পৰিষদৰ অধ্যক্ষ অমৃতপ্ৰভা দেউৰী আৰু পৰিয়ালে ৷ দিনযোৰা কাৰ্যসুচীৰে নাৰায়ণপুৰ অনুষ্ঠিত হোৱা ভুমিপুত্ৰ অধিকাৰ দিৱসৰ দিনটোত পুনৰ বাৰ শ্বহীদ লীলাকান্ত দেউৰীৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী উঠিল ৷ হত্যাকান্ডৰ মুল অভিযুক্ত মহেশ দেউৰীক ফাঁচিৰ দাবী তোলে সদৌ দেউৰী ছাত্ৰ সন্থাই ৷ আনহাতে লীলাকান্ত দেউৰীৰ পত্নী তথা দেউৰী পৰিষদৰ অধ্যক্ষ অমৃতপ্ৰভা দেউৰীয়ে জাতীয় শ্বহীদ গৰাকীক অসম চৰকাৰে শ্বহীদ ৰুপে স্বীকৃতি দিয়াৰ আহ্বান জনায় ৷ মুকলি সভাত লীলাকান্ত দেউৰী স্মৃতি ন্যাস সমিতিৰ তৰফৰ পৰা শিক্ষক , বিশিষ্ট সমাজসেৱক , দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সদস্য এচি মোহন দেউৰীক ভুমিপুত্ৰ বঁটা প্ৰদান কৰা হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'आप हंस रहे हैं. आपको पता नहीं है' Asaduddin Owaisi ने New Criminal Bill पर बहस में ऐसा क्यों कहा
'आप हंस रहे हैं. आपको पता नहीं है' Asaduddin Owaisi ने New Criminal Bill पर बहस में ऐसा क्यों कहा
हाडौती मे पर्यटन को बढावा देने मे होटल व्यवसायियो को संगठित होने की आवश्यकता-माहेश्वरी
बून्दी। होटल फेडरेशन आॅफ राजस्थान कोटा संभाग की बैठक हरियाली रिजॉर्ट मे कोटा संभाग अध्यक्ष अशोक...
नौकरी के लिए परीक्षा देने आये परीक्षार्थी का दो लाख रुपैया का मोटर साइकिल उड़ा ले गया चोर
दलगाँव पुलिस थाना के अंतर्गत बरकुर गाँव के अशराफुल हुसैन रविवार को थर्ड ग्रैड की परीक्षा देने...
કડી: વિદેશી દારૂની 51 બોટલ સાથે બાળ કિશોર ઝડપાયો; મુખ્ય આરોપી ફરાર
કડીમાં બુટલેગરો હવે નવો કીમિયો અજમાવવા લાગ્યા છે, 2022 ગુજરાત વિધાનસભાની ચૂંટણી આવતા જ લોકોને...