আজি ২০২৩ চনৰ পহিলা জানুৱাৰী৷বিভিন্ন ঐতিহাসিক ঠাইৰ লগতে নলবাৰী জিলাৰ বৰভাগৰ দোকোহাঁ গাৱঁৰ থেঠাঁ গোসাঁই থানটো পূৱাৰে পৰা অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা যায়৷পাগলাদিয়া নৈৰ পাৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশত অৱস্থিত উক্ত থান চৌহদত অতীতৰে পৰা বনভোজৰ দলৰো আগমন ঘটে৷আজি পহিলা জানুৱাৰী উপলক্ষে অৰ্ধশতাধিক বনভোজৰ দলে উক্ত থানত বনভোজ খোৱা দেখা যায়৷গীত নৃত্য আৰু চাউণ্ডছেটৰ শব্দত উত্তাল হৈ পৰিছিল সমগ্ৰ চৌহদটো৷ইতিমধ্যে থান পৰিচালনা সমিতি আৰু স্থানীয় কমাৰকুছি আৰক্ষী চকীৰ আৰক্ষী দলে বনভোজৰ দল সমূহৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে৷এটা সুন্দৰ পৰিবেশৰ মাজত আজিৰ দিনটো অতিবাহিত কৰা বুলি থান পৰিচালনা সমিতিয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા: આખજ ગામે પાર્ક કરેલી ગાડી એકાએક સળગી ઉઠી, હાજર લોકોમાં દોડધામ
મહેસાણા જિલ્લાના આખજ ગામે વાડીમાં એક સત્કાર સમારોહ યોજાયો હતો. આ સત્કાર સમારોહમાં ગાડી સળગ્યાંની...
তিনিচুকীয়াৰ ৰেল ষ্টেচনত ৬বস্তা অবৈধ কাপোৰ জব্দ তিনিচুকীয়া আৰক্ষীৰ । ৰেলযোগে কৰ ফাঁকিৰে বহি:ৰাজ্যৰ পৰা তিনিচুকীয়ালৈ আনিছিল কাপোৰখিনি ।
তিনিচুকীয়াৰ এটা অসাধু ব্যৱসায়ী চক্ৰই কাপোৰৰ ক'লা ব্যৱসায় চলাই থকাৰ বাতৰি...
Rajasthan Election 2023: Fatehpur Shekhawati में दो पक्षों में झड़प,बेकाबू हुई भीड़ |Rajasthan News
Rajasthan Election 2023: Fatehpur Shekhawati में दो पक्षों में झड़प,बेकाबू हुई भीड़ |Rajasthan News
Aap Ki Adalat: PM Modi PoK को भारत में करेंगे शामिल...विदेश मंत्री S Jaishankar ने किया बड़ा खुलासा?
Aap Ki Adalat: PM Modi PoK को भारत में करेंगे शामिल...विदेश मंत्री S Jaishankar ने किया बड़ा खुलासा?